মানচেষ্টাৰ টেষ্ট ড্ৰ : জাদেজা–ৱাশ্বিংটনৰ দুর্দান্ত অলৰাউণ্ড প্রদর্শন
🔹 ভাৰতৰ যুঁজাৰু মানসিকতাত তচনচ ইংলেণ্ডৰ দম্ভ
নিউজ ডেস্ক, ২৮ জুলাই : সন্মুখত পাহাৰসম লক্ষ্যৰে মানচেষ্টাৰ টেষ্টৰ পঞ্চম দিনা ভাৰতীয় বেটাৰৰ বাবে সৃষ্টি হৈছিল তীব্র প্রত্যাহ্বান৷ ভাৰতৰ বাবে মেচ জিকা সম্ভৱপৰ নাছিল৷ তথাপি ভাৰতৰ যুঁজাৰু…