নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অসমভিত্তিক যোগাসন প্ৰতিযোগিতাত উজলিল মৃগেশ ঠাকুৰীয়া

নিয়মীয়া বাৰ্তা, ২৭ জুলাই : সদৌ অসম ভিত্তিত অনুষ্ঠিত ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত নগৰবেৰা পিজুপাৰাৰ আন্তঃৰাষ্ট্ৰীয় যোগ খেলুৱৈ মৃগেশ ঠাকুৰীয়াই কলাত্মক (Artistic) যোগাসনত সোণৰ পদক আৰু পৰম্পৰাগত (Traditional) যোগাসনত ৰূপৰ পদক দখল কৰি ৰাষ্ট্ৰীয়…

মানচেষ্টাৰ টেষ্টত পৰাজয় ৰোধৰ সংগ্রাম টীম ইণ্ডিয়াৰ

🔹 ভগা ভৰিৰে খেলপথাৰত নামিব ঋষভ পণ্ট নিউজ ডেস্ক, ২৭ জুলাই : ইংলেণ্ডৰে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ মানচেষ্টাৰ টেষ্টত ইনিংছ ব্যৱধানত পৰাজয় ৰোধৰ সংগ্রামত নামি পৰিছে টীম ইণ্ডিয়া৷ শুভমন গিল বাহিনীয়ে ৩৫৮ ৰানত প্রথম ইনিংছ সামৰাৰ প্রত্যুত্তৰত জ’ ৰুট…

বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা ভাৰতৰ প্রধানমন্ত্রী মোদী

🔹 যুক্তৰাষ্ট্রস্থিত মর্নিং কনছাল্টৰ সমীক্ষা 🔹 আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ৮ নম্বৰত নিউজ ডেস্ক, ২৭ জুলাই : বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ আমেৰিকা যুক্তৰাষ্ট্রস্থিত বাণিজ্য অনুসন্ধান কোম্পানী মর্নিং…

গৰু ব্যৱসায়ীক ধন দাবী কৰি ৰঙাঘৰত সোমাল আমছুৰ ১২ নেতা

🔹 নিশা লখিমপুৰ বাইপাছত গো–ভর্তি ট্রাকত আক্রমণ বিশেষ বাৰ্তা, ২৭ জুলাই : সাম্প্রতিক সময়ত বিভিন্ন সমস্যা সন্দর্ভত সদৌ অসম সংখ্যালঘু ছাত্র সংস্থা, আমছুৱে ৰাজ্যৰ ভিন্ন প্রান্তত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ তেনে সময়তে লখিমপুৰত কালি…

বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত অসমৰ সুৰভি দাস

🔹 ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰ–সাই পল্লৱীৰ সৈতে অভিনয় 🔹 নীতেশ তিৱাৰী পৰিচালিত ছবিখনে ২০২৬ৰ নৱেম্বৰত মুক্তি লাভ কৰিব নিউজ ডেস্ক, ২৭ জুলাই : ব্লকব্লাষ্টাৰ ছবি ‘ডংগল’খ্যাত বলীউডৰ বিশিষ্ট চলচ্চিত্র পৰিচালক নীতেশ তিৱাৰীৰ পৰিচালনাত নির্মাণ হ’ব লগা…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৭ জুলাই, শাওণ মাহৰ ১০ তাৰিখ দেওবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : মঘা, যাত্রা : নাই মেষ : এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধানে থাকিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ বিদ্যার্থীৰ ভাল৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷…

ইছৰ’ৰ ‘আদিত্য এল–১’ৰ কর্মশালালৈ আমন্ত্রিত ডিগবৈৰ হিমানী

🔹 কৃষক পৰিয়ালৰ মেধাৱী ছাত্রীৰ কৃতিত্বত গৌৰৱান্বিত জিলাবাসী 🔹 সৌৰজগত বাহ্যিক স্তৰসমূহৰ অধ্যয়ন কৰি আহৰণ কৰিব জ্ঞান নিয়মীয়া বাৰ্তা, ২৬ জুলাই : তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ পাৱৈ বনগাঁৱৰ বাসিন্দা ৰুদ্র বাহাদুৰ গুৰুং আৰু মিলিমায়া…

সাংবাদিকতাৰ পৰা ছবি পৰিচালনালৈ : অতনু ভূঞা-ৰ নতুন ছবি খাকী

অতনু ভূঞা-ৰ ছবি খাকী : ABCDৰ বেনাৰত এখন নতুন অসমীয়া ছবি ‘খাকী’ নিৰ্মাণ কৰাৰ যো-জা চলিছে। এখন ৰাজনৈতিক থ্ৰীলাৰৰ লগতে এটা খুব সুন্দৰ কাহিনীসমৃদ্ধ ‘খাকী’ ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ। এগৰাকী সাংবাদিক…

নগাঁৱত অমানৱীয় ঘটনা : খুৰাকে কলং নৈত দলিয়ালে নিজ ভতিজীক

বিশেষ বাৰ্তা, ২৬ জুলাই : নগাঁৱৰ চামগুৰিৰ বৰভেটিত এটি কন্যা শিশুৰে হৃদয়বিদাৰক কাণ্ড সংঘটিত কৰিলে খুৰাকে। জানিব পৰা মতে, খুৰাকে ৭ বছৰীয়া নিজ ভতিজীক কলঙত দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। কলঙত কন্যা শিশুটিৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ…