নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নগাঁৱত অমানৱীয় ঘটনা : খুৰাকে কলং নৈত দলিয়ালে নিজ ভতিজীক

বিশেষ বাৰ্তা, ২৬ জুলাই : নগাঁৱৰ চামগুৰিৰ বৰভেটিত এটি কন্যা শিশুৰে হৃদয়বিদাৰক কাণ্ড সংঘটিত কৰিলে খুৰাকে। জানিব পৰা মতে, খুৰাকে ৭ বছৰীয়া নিজ ভতিজীক কলঙত দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। কলঙত কন্যা শিশুটিৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ…

সাম্ৰাজ্য, ধড়ক-২, চন অৱ চৰ্দাৰ-২, অজেয়- কেইখনমান ছবিৰ জানক বিতং বিৱৰণ

আহিব লগা কেইখনমান ছবিৰ বিতং বিৱৰণ সাম্ৰাজ্য সাম্ৰাজ্য : মুক্তিৰ তাৰিখ, ট্ৰেইলাৰ, গান, চৰিত্ৰ আৰু অধিক... মুক্তিৰ তাৰিখ: ৩১ জুলাই, ২০২৫ ভাষা : হিন্দী ধৰণ : এক্‌শ্যন, নাটক (Drama) অভিনয় শিল্পী : বিজয় দেৱেৰাকোণ্ডা…

টেষ্ট ক্রিকেট-ৰ ইতিহাসত সর্বাধিক ৰানৰ তালিকাৰ দ্বিতীয়ত ৰুট

টেষ্ট ক্রিকেট-ত ৰেকৰ্ড : ইংলেণ্ডৰ তাৰকা বেটাৰ জ’ ৰুটে চলিত মানচেষ্টাৰ টেষ্টত এক অনন্য কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে৷ টেষ্ট ক্রিকেটৰ ইতিহাসত সর্বাধিক ৰান কৰা বিশ্বৰ দ্বিতীয়গৰাকী বেটাৰ হিচাপে নজিৰ গঢ়িলে ৰুটে৷ ইংলেণ্ডৰ তাৰকা বেটাৰগৰাকীয়ে টীম…

বৰষুণ নহ’লে ৰাজ্যত আনুষ্ঠানিকভাৱে ঘোষণা হ’ব খৰাং

🔹 ক্ষতিগ্রস্ত কৃষকে লাভ কৰিব প্রধানমন্ত্রী ফচল বীমা যোজনা–এছডিআৰএফৰ সুবিধা বিশেষ বাৰ্তা, ২৬ জুলাই : গোলকীয় উষ্ণতা–জলবায়ু পৰিৱর্তন সম্প্রতি পৃথিৱী গ্রহৰ বাবে এক বিৰাট প্রত্যাহ্বান হৈ পৰিছে৷ অসমতো পৰিছে ইয়াৰ বিৰূপ প্রভাৱ৷…

সাংবাদিক সন্মান পেন্সন আঁচনিৰ অধীনত বৃহৎ ঘোষণা

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি ঘোষণা কৰে যে ৰাজ্যখনত ‘বিহাৰ সাংবাদিক সন্মান পেন্সন আঁচনি’ৰ অধীনত স্বীকৃত সাংবাদিকসকলৰ পেন্সন বৃদ্ধি কৰা হ’ব। সামাজিক মাধ্যম X-ত এটি পোষ্টৰ জৰিয়তে নীতিশ কুমাৰে কয়, “সকলো যোগ্য সাংবাদিকক প্ৰতি মাহে…

NHM অসমত ২০২০টা চাকৰি : অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM), অসমে অ'জিলিয়াৰী নাৰ্চ মিডৱাইফ (ANM) আৰু কমিউনিটি হেল্থ অফিচাৰ (CHO) পদসমূহত নিযুক্তিৰ বাবে বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই নিযুক্তিৰ অধীনত মুঠ ২০২০টা পদ উপলব্ধ, যাৰ বাবে আবেদনবোৰ NHM অসমৰ চৰকাৰী ৱেবছাইটৰ…

কাৰ্গিল-ৰ ২৬ বছৰ পিছত সীমান্ত নীতিত পৰিৱর্তন

কাৰ্গিল-ৰ সংঘাতৰ ২৬ বছৰ পিছতো Line of Control (LoC) যথেষ্ট অস্থিৰ হৈ আছে। এই বছৰ মে’ মাহত ‘অপাৰেছন সিন্দূৰ’ৰ চলিছিল ভাৰত-পাক সংঘাতৰ বাবে। ফলস্বৰূপে সীমান্তত পুনৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়, যিয়ে ভাৰতৰ সীমান্ত নীতিত এক গুৰুত্বপূৰ্ণ…

ৱর্ক এষ্টিমেটৰ বাবে হেঁচা দিছিল কার্যবাহী অভিযন্তা–এছডিঅ’ই

🔹 অভিযন্তা যোষিকা দাস কাণ্ড বিশেষ বার্তা, ২৬ জুলাই : সহকাৰী অভিযন্তা যোষিকা দাসৰ আত্ম*হ*ন*ন*ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ সময়তে আর্কিটেকচাৰ দেৱজিত শর্মাই চাঞ্চল্যকৰ ভাষ্য প্রকাশ কৰিছে৷ যোষিকা দাসে চৰম পথ লোৱাৰ পূৰ্বে লিখা টোকাত নাম…

মানচেষ্টাৰ টেষ্ট-ত ইংলেণ্ডৰ আধিপত্য, বিপৰ্যস্ত ভাৰতীয় বলাৰ

টীম ইণ্ডিয়াৰ বিপক্ষে খেলি থকা মানচেষ্টাৰ টেষ্ট-ত শক্তিশালী স্থিতিত উপনীত হৈছে ঘৰুৱা দল ইংলেণ্ড৷ টীম ইণ্ডিয়াৰ প্রথম ইনিংছৰ ৩৫৮ ৰানৰ প্রত্যুত্তৰত তাৰকা বেটাৰ জ’ ৰুটৰ দর্শনীয় শতকৰ সহায়ত বৃহৎ অগ্রগতিৰ দিশে আগবাঢ়িছে ইংৰাজবাহিনী৷ তৃতীয় দিনৰ…

থাইলেণ্ডৰ ৭ প্রদেশ ভ্রমণ নকৰিবলৈ ভাৰতীয় নাগৰিকলৈ নির্দেশনা জাৰি

🔹 ঐতিহাসিক শিৱ মন্দিৰক লৈ কম্বোডিয়া-থাইলেণ্ডৰ সংঘাত তীব্রতৰ নিউজ ডেস্ক, ২৬ জুলাই : সীমান্তৰ ঐতিহাসিক শিৱ মন্দিৰ এটাক লৈ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যোৱা ২৪ জুলাইৰ পৰা সংঘাত তীব্রতৰ হৈ উঠিছে৷ ইখন দেশে সিখন দেশৰ ওপৰত আক্রমণ-প্ৰত্যাক্ৰমণ…