নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

থাইলেণ্ডৰ ৭ প্রদেশ ভ্রমণ নকৰিবলৈ ভাৰতীয় নাগৰিকলৈ নির্দেশনা জাৰি

🔹 ঐতিহাসিক শিৱ মন্দিৰক লৈ কম্বোডিয়া-থাইলেণ্ডৰ সংঘাত তীব্রতৰ নিউজ ডেস্ক, ২৬ জুলাই : সীমান্তৰ ঐতিহাসিক শিৱ মন্দিৰ এটাক লৈ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যোৱা ২৪ জুলাইৰ পৰা সংঘাত তীব্রতৰ হৈ উঠিছে৷ ইখন দেশে সিখন দেশৰ ওপৰত আক্রমণ-প্ৰত্যাক্ৰমণ…

আন্তঃৰাষ্ট্ৰীয় কূটনীতি-ৰ দৃঢ় পদক্ষেপ: মালদ্বীপলৈ মোদীৰ আৰ্থিক সহায় ঘোষণা

মোদীৰ আন্তঃৰাষ্ট্ৰীয় কূটনীতি : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যিক ভ্ৰমণত মালদ্বীপলৈ ৪,৮৫০ কোটি (৫৬৫ মিলিয়ন ডলাৰ) ক্ৰেডিট লাইন ঘোষণা কৰিছে, যাৰ উদ্দেশ্য হৈছে ঋণl জৰ্জৰিত আৰু অৰ্থনৈতিকভাৱে সংকটগ্ৰস্ত মালদ্বীপৰ উন্নয়ন সহায় কৰা। এই…

ULFA-ৰে সংযোগ সন্দেহত চৰাইদেউ আৰক্ষীৰ কাঢ়া অভিযান, কংগ্ৰেছ নেতাক আটক

কেন্দ্ৰীয় চৰকাৰ আৰু ULFA-ৰ মাজত শান্তি আলোচনা প্ৰক্ৰিয়াই গেঠেলা মাৰি থকাৰ সময়তে নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনে উজনি অসমত নিজৰ শক্তি বৃদ্ধি কৰিবৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰখাৰ সময়তে অসম আৰক্ষীয়েও আলফাৰ (স্বা:) বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি…

এটা হিন্দু মন্দিৰ আৰু দুখন বৌদ্ধ ৰাষ্ট্রৰ যুদ্ধ

হিন্দুপ্রধান ৰাষ্ট্র ভাৰতৰ বাবে কথাটো কিছু অদ্ভুতেই৷ এটা হিন্দু মন্দিৰৰ বাবে এখন তয়াময়া যুদ্ধত অৱতীর্ণ হৈছে দুখন দেশ৷ ডাঙৰ কথাটো হ’ল- এই দুয়োখন দেশেই বৌদ্ধ ধর্মাৱলম্বী দেশ৷ দক্ষিণ এছিয়াত অৱস্থিত এই দেশ দুখনৰ সংঘাতে স্বাভাৱিকতে অকস্মাতে…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৬ জুলাই, শাওণ মাহৰ ৯ তাৰিখ শনিবাৰ : তিথি–শুক্লা দ্বিতীয়, নক্ষত্র : শ্রৱণা, যাত্রা : নাই মেষ : শৰীৰ প্রায় অনুকূল থাকিব৷ বিদ্যাত যত্নপৰ হওক৷ অযথা কামত সময় নষ্ট নকৰাই ভাল৷ আর্থিকত শুভ ফল পাব৷ ব্যৱসায়ত মধ্যম উন্নতি৷…

APSC CCE 2025 : কিদৰে কৰিব আবেদন? কেতিয়া পৰীক্ষা? জানক সকলো

APSC CCE 2025 অসম লোকসেৱা আয়োগে (APSC) ২০২৫ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতা পৰীক্ষা (CCE)ৰ বাবে ১৮ জুলাই ২০২৫ তাৰিখে অধিকৃতভাৱে জাননী প্ৰকাশ কৰিছে। এই গৌৰৱজনক পৰীক্ষাৰ জৰিয়তে অসমীয়া নাগৰিকক অসম লোকসেৱা, অসম আৰক্ষী সেৱা আৰু আন সংযুক্ত…

কমল হাছান-ৰ সংসদত অভিষেক, DMK–MNMৰ ৰাজনৈতিক ঐক্যত নতুন গতি

তামিলৰ খ্যাতনামা চলচ্চিত্ৰ অভিনেতা আৰু ৰাজনীতিবিদ কামাল হাছান-এ আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে। তামিল ভাষাত শপত গ্ৰহণ কৰি তেওঁ নিজৰ সাংস্কৃতিক মূল্যবোধ আৰু নাগৰিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ…

অশ্লীল OTT প্লেটফৰ্ম নিষিদ্ধ : ভাৰতত বন্ধ যৌন কণ্টেন্টসমৃদ্ধ এপ

OTT প্লেটফৰ্ম নিষিদ্ধ : ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈ ULLU, ALTT, Desiflix, Big Shots আৰু আন কিছুমান ষ্ট্ৰিমিং এপ নিষিদ্ধ ঘোষণা কৰিছে। এই সিদ্ধান্ত অশ্লীল আৰু যৌন সামগ্ৰীৰ বিৰুদ্ধে চৰকাৰৰ নীতি অনুসৰি লোৱা হৈছে। এই সিদ্ধান্ত…

সিন্ধু জলচুক্তি স্থগিতকৰণৰ কঠোৰ সিদ্ধান্তত সংকটত পাকিস্তান

🔹 ভাৰতৰে সফল আলোচনাৰ বাবে সাজু পাক প্রধানমন্ত্রী শ্বৰীফ 🔹 ব্রিটিছ উচ্চায়ুক্ত জেন মেৰিয়টৰ সৈতে বার্তালাপ পাক প্রধানমন্ত্রী শ্বৰীফৰ নিউজ ডেস্ক, ২৫ জুলাই : সিন্ধু জলচুক্তি স্থগিতকৰণৰ কঠোৰ সিদ্ধান্তই পাকিস্তানক বাৰুকৈয়ে সংকটত পেলাইছে৷ অপাৰেচন…

মুক্ত বাণিজ্য চুক্তিৰে ভাৰত-গ্রেট ব্রিটেইন ৰ সম্পৰ্কত নতুন অধ্যায়, ঐতিহাসিক চুক্তি সম্পন্ন

ভাৰত আৰু গ্রেট ব্রিটেইন-ৰ মাজত আজি যুগান্তকাৰী মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হয়৷ বিগত তিনি বছৰ ধৰি চলি থকা আলোচনাৰ অন্তত আজি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ব্রিটেইনৰ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰৰ উপস্থিতিত মুক্ত বাণিজ্য চুক্তিখন…