নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ডায়েবেটিছ–হৃদৰোগসহ ৩০ অত্যাৱশ্যকীয় ঔষধৰ খুচুৰা দাম নির্ধাৰণ

ডিজিটেল ডেস্ক, ১ জুন : বজাৰত দামবৃদ্ধিৰ জুয়ে মাধমাৰ শোধোৱাৰ সময়তে নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী (এনপিপিএ)–এ এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰি জনসাধাৰণক কার্যতঃ সকাহ দিছে৷ ডায়েবেটিছ-হৃদৰোগ-ভিটামিন ছাপ্লিমেণ্ট–এণ্টিবায়’টিকসহ ৩০বিধ…

বিধানসভা সচিবালয়ৰ দুর্নীতি উদঙালে APW-এ

গণতন্ত্রৰ মন্দিৰ অসম বিধানসভা সচিবালয়ত ব্যাপক কেলেংকাৰিৰ তথ্য সচিব দুলাল পেগুৰ অপসাৰণৰ লগে লগে বাহিৰলৈ ওলাইছে আৰু এনে প্রেক্ষাপটত বিধানসভা সচিবালয়ৰ মর্যাদা যেন এখন মাছৰ হ’লছেল বজাৰলৈ পর্যবসিত হৈছে৷ সচিব দুলাল পেগুৰ অপসাৰণৰ লগে লগে তেওঁ…

IPL-2026ত চেম্পিয়ন RCB, আহমেদাবাদত পৰাস্ত GT

ক্রীড়াপ্রেমীৰ উৎকণ্ঠা আৰু উত্তেজনাৰ অন্ত পেলাই আইপিএলত পুনৰ উৰিল ৰয়েলছ চেলেঞ্জার্ছ বেংগালুৰুৰ বিজয়ধ্বজা৷ ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰুৱে হাইভল্টেজ ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি অক্ষুণ্ণ ৰাখিলে আইপিএলৰ খিতাপ। এই ঐতিহাসিক বিজয়ৰ…

সম্পাদকীয় : আসন্ন বিপদ এল নিনো

জলবায়ু পৰিৱর্তনৰ মেৰপাকত পৰি দিশহাৰা হোৱা বিশ্ববাসীৰ সন্মুখত নিত্য নতুন প্রত্যাহ্বানে মূৰ দাঙি উঠিছে৷ ভৱিষ্যতৰ কথা নভবাকৈ কেৱল লাহ–বিলাসৰ বাবেই কৰি যোৱা দুষ্কার্যৰ বিষম পৰিণতি হ’ল উৎকট জলবায়ু পৰিৱর্তন৷ গ্রীষ্মৰ সময়ত প্রচণ্ড গৰম, বাৰিষাৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ জুন, জেঠ মাহৰ ১৭ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণা প্রতিপাদ, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : নাই মেষ : কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া,…

লালুক আৰক্ষীৰ জালত পাঁচ গভাইত চোৰ, চুৰি সামগ্ৰী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, লালুক, ৩১ মে' : লালুকত আজি কিছুদিন ধৰি চোৰে সন্ত্ৰাস চলাই অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰিয়ালৰ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ পৰা বিভিন্ন সামগ্ৰী লুটি নি সকলোৰে টোপনি হৰণ কৰিছিল৷ লালুক আৰক্ষীয়েও চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান…

মাজবাটৰ চিকাৰীডাঙাত বৃহৎ পৰিমাণৰ ভাংসহ তিনিজনক আটক

নিয়মীয়া বাৰ্তা, ওৰাং, ৩১ মে' : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অধীনস্থ চিকাৰীডাঙাত ৩০ মে'ত লালপানী আৰক্ষী চকীৰ আৰক্ষীয়ে ৩৩৯.৫৪ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি লালপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীনত…

জামুগুৰিহাটৰ চকীঘাট দলঙত অঘটন, জীয়াভৰলী নৈত সন্ধানহীন এজন

ডিজিটেল ডেস্ক, জামুগুৰিহাট, ৩১ মে’ : জামুগুৰিহাটৰ চকীঘাট দলঙৰ পৰা জীয়াভৰলী নৈত জাঁপ মাৰি এগৰাকী ব্যক্তি সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, জামুগুৰিহাটৰ লালেটাপুৰ চুলেমান আলী (৫৫) নামৰ…

নগাঁৱত বিশ্ব ধঁপাতবিৰোধী দিৱস পালন

ডিজিটেল ডেস্ক, ৩১ মে' : দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো আজি বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয়। বিশ্ব ধঁপাতবিৰোধী দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন চৰকাৰী বিভাগ আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ সহযোগত আজি এই দিৱসটো…

ৰঙিয়াৰ বিদ্যালয় চৌহদত দুৰ্বৃত্তই উৰুৱালে পাকিস্তানী পতাকা

ডিজিটেল ডেস্ক, ৰঙিয়া, ৩১ মে' : ৰঙিয়াৰ নিজ হচং প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত চৌহদৰ ভিতৰত পাকিস্তানী পতাকাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱা ঘটনাটো পোহৰলৈ অহাৰ লগে লগে স্থানীয় বাসিন্দাৰ মাজত তীব্ৰ ক্ষোভ আৰু উদ্বেগৰ সৃষ্টি হয়। বিদ্যালয়খনৰ…