ডুমডুমাৰ বৰহাপজানত আইপিএলৰ ২ বুকীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ডুমডুমা, ২২ মে' : ডুমডুমা আৰক্ষী থানা এলেকাত আইপিএলৰ নামত এখন বৃহৎ জুৱা খেল চলি থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আৰক্ষীয়ে যোৱানিশা ইয়াৰ বৰহাপজান এলেকাত অভিযান চলাই আইপিএলৰ দুই বুকীক গ্ৰেপ্তাৰ কৰে ৷
অভিযানকাৰী আৰক্ষী…