নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

প্ৰতিশোধ কেৱল সময়ৰ অপেক্ষা… ট্ৰাম্প দুহিতাক লক্ষ্যৰে ভয়ংকৰ পৰিকল্পনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা ইভানকা ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগে চাঞ্চল্য সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ইৰানৰ ইছলামিক ৰেভলিউশ্যনাৰী গাৰ্ডছ কৰ্পছ (IRGC)-ৰ প্ৰশিক্ষিত এজন কমাণ্ডাৰে ইভানকা ট্ৰাম্পক…

লখিমপুৰত যাত্ৰীবাহী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৩ মে' : লখিমপুৰ জিলাৰ দলোহাট তিনিআলিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এজন লোক নিহত হোৱাৰ উপৰি প্ৰায় ৪০জনৰো অধিক যাত্ৰী আহত হয়। দুৰ্ঘটনাত আহত যাত্ৰীক সংকটজনক…

ISBT-ত বৃহৎ কেঁকো সাপ সৰবৰাহ চক্ৰ উৎখাত

গুৱাহাটীৰ ISBT-ত পুনৰ পোহৰলৈ আহিল চোৰাং বন্যপ্ৰাণী সৰবৰাহ চক্ৰ। এডাল-দুডাল নহয়, একেলগে ২৬ডালকৈ দুষ্প্ৰাপ্য কেঁকোসাপ উদ্ধাৰ হোৱাত মহানগৰীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। গোপন সূত্ৰৰ ভিত্তিত নিশা অভিযান চলাই গড়চুক আৰক্ষীয়ে উদ্ধাৰ কৰে এই…

বহি:ৰাজ্যত কৰ্মসূত্ৰে যোৱা ধন কটকী সন্ধানহীন

বিহালী সমষ্টিৰ অন্তৰ্গত জামুৱনী গাঁও নিৱাসী ধন কটকীয়ে বাংঙ্গালোৰলৈ কৰ্মসূত্ৰে যোৱা ১৫ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল। জানিব পৰা মতে, কাম কৰিবলৈ গৈ থকাৰ সময়তে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ৰে'ল ষ্টেশ্যনৰ পৰা নিৰুদ্দেশ হৈছে। যোৱা ১৭ তাৰিখৰ পৰা…

লাচিত দাস–খুলশালীয়েকৰ ফ্লেটত জব্দ নগদ ১.৯৯ কোটি

দুর্নীতিৰ ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়া অসমৰ ভূমিলেখ্য সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক তথা জ্যেষ্ঠ এচিএছ বিষয়া লাচিক কুমাৰ দাসৰ বিৰুদ্ধে অব্যাহত আছে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ তদন্ত৷ কার্যালয়তে ৪৫ হাজাৰ টকা উৎকোচ গ্রহণ কৰি থকা…

ছানৰাইজার্ছৰ হাতত ৫৫ ৰানত পৰাস্ত আৰচিবি, হাৰিও পইণ্ট তালিকাৰ শীর্ষত বেংগালুৰু

ডিজিটেল ডেস্ক, ২৩ মে’ : ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হৈও চলিত আইপিএলৰ পইণ্ট তালিকাৰ শীর্ষস্থান অক্ষুণ্ণ ৰাখিলে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ আৰচিবিয়ে ১৪খন মেচৰ পৰা ১৮ পইণ্ট সংগ্রহ কৰি শীর্ষত থকাৰ বিপৰীতে…

দেশজুৰি পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি, দামবৃ্দ্ধি CNG-ৰো

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত আছে। এতিয়া চিএনজি (CNG)ৰ মূল্যও প্ৰতিখন কিলোগ্ৰামত ১ টকাকৈ বৃদ্ধি কৰা হৈছে। কালি পৰ্যন্ত চিএনজিৰ দাম আছিল ৮০.০৯ টকা, যি এতিয়া বৃদ্ধি পাই ৮১.০৯ টকা হৈছে। আনহাতে চৰকাৰী তেল…

সম্পাদকীয় : পর্যটনে খুলিব অসমৰ সম্ভাৱনাৰ দুৱাৰ

মে’ মাহৰ অন্ত পৰিলেই কার্যতঃ অসমত পর্যটনৰ বার্ষিক কেলেণ্ডাৰৰ অন্ত পৰে৷ ফলত অসমত এই বছৰৰ শীতকালীন পর্যটনৰ প্রায় যৱনিকা পৰিছে৷ চলিত বছৰৰে ছেপ্টেম্বৰ–অক্টোবৰ মাহৰ পৰা অসমত আৰম্ভ হ’ব পর্যটন বছৰ৷ তুলনামূলকভাৱে বাৰিষা কাল দীঘলীয়া হোৱা বাবে অসমত ৭…

২৩ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ মে’, জেঠ মাহৰ ৮ তাৰিখ শনিবাৰ : তিথি–শুক্লাসপ্তমী, নক্ষত্র : ভৰণী, যাত্রা : নাই মেষ : আজি ব্যৱসায়ৰ ক্ষেত্রত খৰচ বৃদ্ধি৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ কামৰ চাপ বৃদ্ধি হ’ব৷ স্ত্রীৰ লগত অলপ বিবাদ হ’ব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷…

নাছালৈ নিৰ্বাচিত জোনাক জ্যোতিৰ বাসভৱনত জিলা আয়ুক্ত দেৱাশিস শৰ্মা

ডিজিটেল ডেস্ক, কলিয়াবৰ, ২২ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বপ্ৰসিদ্ধ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ এক শিক্ষামূলক কাৰ্যসূচীলৈ নিৰ্বাচিত হোৱা নগাঁও জিলাৰ কলিয়াবৰ নলতলী, আৰিমৰাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ জোনাক জ্যোতি বৰদলৈৰ ঘৰত বৃহস্পতিবাৰে সন্ধিয়া…