হাইলাকান্দিত আৰক্ষীৰ সফল অভিযান, গাঞ্জাসহ দুজন আটক
ডিজিটেল ডেস্ক, ২২ মে' : হাইলাকান্দিত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সফল অভিযান চলালে লালা আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত শুকুৰবাৰে নিশা শাহাবাদ বজাৰত এক বিশেষ অভিযান চলোৱা হয়।
অভিযানত ৩ কেজি ১৩০ গ্ৰাম গাঞ্জাসহ হাতে-লোটে দুজন সৰবৰাহকাৰীক আটক…