নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডত ২ আলফা কেডাৰ চিন্ময়-অনুপমৰ আত্মসমৰ্পণ

আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণৰ ধাৰা অব্যাহত।

পুনৰ আলফা স্বাধীনৰ দুই কেডাৰৰ আত্মসমৰ্পণ।

অনুপম অসম আৰু চিন্ময় অসম নামৰ দুই কেডাৰে আত্মসমৰ্পণ কৰে নাগালেণ্ড আৰক্ষীৰ ওচৰত।

উল্লেখ্য যে চিন্ময় অসমৰ ঘৰ পানীতোলা আৰু অনুপম অসমৰ ঘৰ শদিয়াত।

আত্মসমৰ্পণ কৰা আলফা সদস্য দুজনক নিজৰ জিম্মাত লবৰ কাৰণে নাগালেণ্ডলৈ গৈছে চৰাইদেউ আৰক্ষীৰ দল।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ

You might also like