জুবিন গাৰ্গ হত্যা গোচৰ, ফাষ্টট্ৰেক আদালতত চার্জ হিয়াৰিং সম্পন্ন
জুবিন গাৰ্গ হত্যা গোচৰ সন্দৰ্ভত ফাষ্টট্ৰেক আদালতত গুৰুত্বপূৰ্ণ অগ্ৰগতি দেখা গৈছে। গোচৰটোৰ সৈতে জড়িত মুঠ ৭গৰাকী অভিযুক্তৰ ওপৰত চার্জ হিয়াৰিং ইতিমধ্যে সম্পন্ন হৈছে।
আজি এই গোচৰৰ শুনানিত চৰকাৰী অধিবক্তাই আদালতত নিজৰ যুক্তি দৰ্শাব বুলি জানিব…