নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত আজি ৩ বিলৰ ওপৰত ভোটগ্ৰহণ

সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনৰ আজি দ্বিতীয় দিনত লোকসভাত মহিলাৰ সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ (Delimitation) সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তিনিখন বিলৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২০২৬ চনৰ সংবিধান সংশোধন বিল—যাৰ লক্ষ্য হৈছে মহিলাৰ সংৰক্ষণ ব্যৱস্থা…

চিৰাঙত উত্তপ্ত পৰিস্থিতি, বনাঞ্চল বেদখলক লৈ ৰেঞ্জ অফিচ ঘেৰাও

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ অফিচত সংৰক্ষিত বনাঞ্চল বেদখলক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আটক কৰি অনা লোকসকলক মুকলি কৰি দিয়াৰ দাবীত স্থানীয় মহিলা সহ ৰাইজে ৰুণীখাতা ৰেঞ্জ অফিচ ঘেৰাও কৰে, যাৰ ফলত এলেকাটোত তীব্ৰ…

জামুগুৰিহাটত নৃশংস হত্যাকাণ্ড, খুৰাকৰ হাততেই প্ৰাণ গ’ল ভতিজাকৰ

জামুগুৰিহাটৰ টুপীয়াৰ বগাবিল অঞ্চলত নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড, যিয়ে সমগ্ৰ এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ ঘটনাত নিজ খুড়াকৰ হাততেই প্ৰাণ হেৰুৱাবলগীয়া হয় এজন যুৱকে। প্ৰাপ্ত তথ্য অনুসৰি, পানীৰাম মোদী নামৰ এজন লোকে…

ক্রমাগত চতুর্থ পৰাজয় মুম্বাইৰ, অপ্রতিৰোধ্য পঞ্জাব শীর্ষলৈ

ডিজিটেল ডেস্ক, ১৭ এপ্রিল : পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ চলিত আইপিএলত পৰাজয়ৰ ধাৰা অব্যাহত আছে৷ বৃহস্পতিবাৰে ৱাংখেড়েত অনুষ্ঠিত মেচখনত মুম্বায়ে পঞ্জাব কিংছৰ হাতত ৭ উইকেটত পৰাস্ত হয়৷ মুম্বাইৰ এয়া আছিল ক্রমাগত চতুর্থ পৰাজয়৷ মেচখনত বিজয়…

সম্পাদকীয় : এই ব’হাগ গণজীৱনৰ সাহ

ড০ ভূপেন হাজৰিকাই লিখিছিল– ব’হাগ মাথোঁ এটি ঋতু নহয়/নহয় ব’হাগ এটি মাহ/ অসমীয়া জাতিৰ ই আয়ুসৰেখ/গণজীৱনৰ ই সাহ৷ সার্থক উপলব্ধি গীতিকাৰৰ৷ অসমীয়া জনজীৱনত ব’হাগ মাথোঁ এটি মাহেই নহয়–ব’হাগ অসমীয়া জাতিৰ আয়ুসৰেখা৷ শীতে শেতা কৰি পেলোৱা প্রকৃতিয়ে বসন্তত…

১৭ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ এপ্রিল, ব’হাগ মাহৰ ৩ তাৰিখ শুকুৰবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই মেষ : আজি সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব৷ পানীৰ পৰা সাৱধান৷ ভ্রমণত শুভ৷ ব্যৱসায়ত সফলতা লাভ কৰিব৷ শুভ ৰং – কমলা, শুভ সংখ্যা – ৫। বৃষ…

ভাৰতীয় নৌসেনাৰে ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটিৰ চুক্তি স্বাক্ষৰ

শিক্ষাৰ জৰিয়তে ৰাষ্ট্ৰ গঠনৰ প্ৰতি নিজৰ দায়বদ্ধতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটি (আৰ জি ইউ)-এ নতুন দিল্লীৰ চাণক্যপুৰীত অৱস্থিত নেভি ৱেলফেয়াৰ এণ্ড ৱেলনেছ এছ’চিয়েচন (NWWA)-ৰ কাৰ্যালয়ত ভাৰতীয় নৌসেনাৰ সৈতে এক…

বিশ্বনাথত ৩৪২ বছৰীয়া গোসাঁই ফুৰোৱা উৎসৱ পালন

ৰাজ্য়ব্যাপি ৰঙালী বিহুৰ উলহ মালহৰ মাজতে আজি বহাগৰ দ্বিতীয় দিৱসত প্ৰায় ৩৪২ বছৰীয়া পৰম্পৰা অনুসৰি ঐতিহ্যমণ্ডিত গুপ্তকাশী বিশ্বনাথ ঘাটত বিশ্বনাথ গোঁসাইক ফুৰোৱা উৎসৱ ভক্ত সকলে পালন কৰি আহিছে। আহোম যুগীয় পৰম্পৰাৰে ৩৪২বছৰীয়া এই গোসাঁই ফুৰোঁৱা…

চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৪ শতাংশৰে উজলিল ঢালিগাঁৱৰ অন্বেষা

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ১৬ এপ্ৰিল : অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে মেধাৱী ছাত্ৰী অন্বেষা গোস্বামীয়ে বৃহত্তৰ ঢালিগাঁও অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বুধবাৰে ঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত আটাইকেইটা বিষয়তে লেটাৰ…

CBSE-ৰ ফলাফলত নলবাৰীলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশীয়ে

নলবাৰীৰ কন্যা প্রিয়াংশী জালানে চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৬% নম্বৰ লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে। প্ৰিয়াংশীৰ পিতৃ পুনীত জালান আৰু প্ৰভা জালান। ৰঙিয়াৰ ফাতিমা কনভেন্ট চিনিয়ৰ চেকেন্দাৰী ইংলিছ মিডিয়াম স্কুলৰ ছাত্ৰী প্রিয়াংশীয়ে…