ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ৪৩ ৰানত পৰাস্ত চেন্নাই
ডিজিটেল ডেস্ক, ৬ এপ্রিল : পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলত পৰাজয়ৰ হেটট্রিক অর্জন কৰিছে৷ দেওবাৰে বেংগালুৰুত অনুষ্ঠিত মেচখনত চেন্নাই দলটো ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ৪৩ ৰানত পৰাস্ত হয়৷
মেচখনত আৰচিবিয়ে জয়ৰ বাবে বান্ধি…