কেন্দ্ৰীয় মন্ত্ৰী কমলেশ পাছোৱানৰ দুদিনীয়া মাজুলী ভ্ৰমণ, উন্নয়নী আঁচনিৰ পৰ্যালোচনা
ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱান দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হৈ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু স্বাস্থ্য খণ্ডৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰে। সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ…