নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমিকৰ সৈতে পত্নীক বিয়া পাতি বিদায় দিলে স্বামীয়ে

প্রায় ছবছৰ পূর্বে জজানৰ বাসিন্দা ৰাজেন বিট্টাৰ সৈতে বিয়া হৈছিল সীমা মাঝিৰ৷ ৫ বছৰীয়া বৈবাহিক জীৱনত এটা পুত্র সন্তানো আছে তেওঁলোকৰ৷ কিন্তু বৈবাহিক জীৱন সুখৰ নাছিল৷ দাম্পত্য কলহৰ মাজতে তেওঁলোকৰ সংসাৰত প্রৱেশ কৰে শ্রীকান্তে৷ সীমাৰ সৈতে গঢ়ি…

ঢকুৱাখনাত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ

ঢকুৱাখনা আৰক্ষীৰ সাফল্য। ঢকুৱাখনা জীয়ামৰীয়া গাঁৱত গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ ড্ৰাগছ। ধুবুৰীৰ আপিজুল হক (৩৮)ৰ পৰা উদ্ধাৰ ০৮.৬১ গ্ৰাম ওজনৰ ড্ৰাগছখিনি। ধুবুৰীৰ পৰা আহি ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছৰ বেহা…

বক্সিৰহাটত অসম অভিমুখী আলু পৰিবাহী ট্ৰাকত ম’হ উদ্ধাৰ

ধুবুৰী জিলাৰ অসম-বংগ সীমামূৰীয়া পশ্চিমবংগৰ বক্সিৰহাটত অসম অভিমুখী এখন আলুৰ বস্তাবাহী ট্ৰাকৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে ২৪টাকৈ মজলীয়া আকাৰৰ ম'হ উদ্ধাৰ কৰাৰ সমান্তৰালকৈ দুজনকৈ লোকক আটক কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ…

কাৰ্বি আংলঙত ছগৰাকীক বিদেশী ঘোষণা, বহিষ্কাৰৰ নিৰ্দেশ জাৰি

কাৰ্বি আংলং জিলাৰ ছয়গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰিছে ডিফুৰ বিদেশী ন্যায়াধিকৰণে। ন্যায়াধিকৰণৰ এই ৰায়ৰ পাছতে জিলা প্ৰশাসনে তেওঁলোকক অসম তথা দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত মোঃ…

ৰাজ্যত উচ্ছেদ অভিযানক লৈ ছুপ্রিম ক’ৰ্টৰ বিশেষ নিৰ্দেশ

সংৰক্ষিত বনাঞ্চলক বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ অভিযানক স্বচ্ছ কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন বিশেষ কমিটী গঠন কৰিবলৈ চৰকাৰক নির্দেশ প্রদান কৰে৷ ন্যায়াধীশ পি এছ নৰসিমহা আৰু ন্যায়াধীশ অলোক আৰাধেৰ খণ্ড বিচাৰপীঠে উচ্ছেদিত লোকসকলে…

১৫০০ কোটি টকাৰ লোকচানৰ পৰা ৰক্ষা পৰিল আইচিচি

চলিত টি–২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে খেলিবলৈ সন্মত হোৱাত ক্রিকেট জগতখন বৃহৎ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিল৷ জানিব পৰা মতে এই মেচখন অনুষ্ঠিত নহ’লে আইচিচিৰ ১৫০০ কোটিৰো অধিক লোকচান হ’লহেঁতেন৷ এক সূত্রৰ মতে, যদি ১৫ ফেব্রুৱাৰীৰ খেলখন…

সম্পাদকীয় : নির্বাচন, ছ’চিয়েল মিডিয়া আৰু ভুৱা তথ্যৰ অদৃশ্য যুদ্ধ

এসময়ত নির্বাচন মানেই আছিল গাঁও বা চহৰখনৰ নির্দিষ্ট ঠাইত হোৱা খোলা সভা, মঞ্চৰ পৰা দিয়া সন্মোহনী ভাষণ, কাগজত ছপা কৰা প্রতিশ্রুতি৷ এফালে কেইবাজনো প্রার্থী আৰু তেওঁলোকৰ সমর্থক, আনফালে একেখিনি ভোটাৰ৷ আজিৰ দিনত নির্বাচনী যুদ্ধৰ সেই দৃশ্য প্রায়…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ ফেব্রুৱাৰী, মাঘ মাহৰ ২৮ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : স্বাতী, যাত্রা : নাই মেষ : কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু খেলিমেলি৷ শুভ ৰং বগা৷…

আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিল পলাশবাৰীৰ অঞ্জলি দাস

আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাটৰ খেলুৱৈ অঞ্জলি দাস। আবুধাবিত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিকছ মীটত ৫০০০ মিটাৰ খোজ কঢ়া প্রতিযোগিতাত তেওঁ স্বর্ণ পদক অর্জন কৰি অসমৰ লগতে দক্ষিণ কামৰূপলৈ গৌৰৱ কঢ়িয়াই আনে। তেওঁৰ এই…