নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক অধিৱেশনৰ পৰা আৱেগিক বিদায় ভকত বৈষ্ণৱৰ

যোৱা তিনি দিন ধৰি লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পদধূলাৰে ধন্য হোৱা জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰীৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আজি নিজম পৰিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে যোৱা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত লাখ লাখ ভকতৰ সমাগম…

ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা; মানিব লাগিব এইসমূহ নিয়ম

ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী : ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৪ লাখ ৩৮…

গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ টুইট

কংগ্ৰেছ নেতা গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত এটা গুৰুত্বপূৰ্ণ টুইট কৰি ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰিছে। গৌৰৱ গগৈৰ সংবাদ মেলৰ ঠিক পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই পোষ্টটো দি তেওঁৰ তক্ষশীলা ভ্ৰমণক…

মন্দিৰা আৰক্ষীৰ অভিযানত চোৰাং গো-ধনসহ আটক দুই সৰবৰাহকাৰী

চোৰাং গৰুৰ বিৰুদ্ধে নগৰবেৰাৰ মন্দিৰা আৰক্ষীৰ সফল অভিযান ৷ নিশাৰ অভিযানত ৬টাকৈ চোৰাং গৰুসহ আটক কৰা হয় দুই সৰবৰাহকাৰীক | নগৰবেৰাৰ হেকৰা হাবিলাপথাৰৰ পৰা পুৱতি নিশা আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুকেইটা৷ নিশা মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী…

সোণাৰিত দুৰ্বৃত্তই সৰস্বতী প্ৰতিমা লণ্ডভণ্ড কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া 

সোণাৰিৰ কাষৰীয়া জলাহ তিনিআলিত অৱস্থিত সাৰ্বজনীন সৰস্বতী মন্দিৰত সংঘটিত হৈছে অঘটন। মন্দিৰত থকা দেৱী সৰস্বতীৰ প্ৰতিমাটো ভাঙি লণ্ডভণ্ড কৰে অচিনাক্ত দুর্বৃত্তই। মৃণ্ময় মূৰ্তিৰ লগতে মন্দিৰটোত থকা পূজাৰ সামগ্ৰীসমূহ নষ্ট কৰিলে দুর্বৃত্তই। ঘটনাৰ…

৪৬সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য

কেৰালাত ২৮ জানুৱাৰীৰ পৰা  ১ ফেব্ৰুৱাৰী ২০২৬ত অনুষ্ঠিত ৪৬তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত অসমৰ মাষ্টাৰ্ছ খেলুৱৈসকলে সাফল্য অৰ্জন কৰি মুঠ ৯৮টা পদক লাভ কৰে। এই পদকসমূহৰ ভিতৰত আছিল ২৩টা স্বৰ্ণ, ৪১টা ৰূপ আৰু ৩৪টা ব্ৰঞ্জ পদক। এই…

৭২ ঘণ্টাৰ বাবে ভাৰত-নেপাল সীমান্ত বন্ধ, কিন্তু কিয়? জানক সবিশেষ

ভাৰতৰ প্ৰতিৱেশী দেশ নেপালত শীঘ্ৰেই নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। অহা ৫ মাৰ্চত নেপালত সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ভাৰত আৰু নেপালৰ মাজত ৭২ ঘণ্টাৰ বাবে সীমান্ত বন্ধ ৰাখিবলৈ দুয়ো দেশৰ মাজত…

টি-২০ বিশ্বকাপ : স্কটলেণ্ডৰ হাতত পৰাস্ত ইটালী

ফুটবলৰ জগতত দপদপাই থাকিলেও ক্ৰিকেটৰ পথাৰত আৰম্ভণি সুখকৰ নহল ইটালীৰ। ইউৰোপৰ দেশ ইটালীয়ে সততে বিশ্বমঞ্চত ফুটবলত নিজৰ আধিপত্য বজাই ৰাখিছে। সেই ধাৰাক সাৰথি কৰি এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্ব ক্ৰিকেটত ভুমুকি মাৰিছিল ইটালীয়ে। পিছে কম অভিজ্ঞতা আৰু চাপ…

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ পুনৰ এজন অসমীয়াই প্ৰাণ হেৰুওৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। উত্তৰ প্ৰদেশৰ কানপুৰত তামুলপুৰ জিলাৰ নতুন হাউলী দৌলগুৰী চুবাৰ ৰবিচৰণ দাস (৩৮) নামৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, গুজৰাটৰ…

নাহৰকটীয়াত আলফা (স্বা:)ৰ নামত ধন দাবী : আতংকিত ব্যৱসায়ী-ঠিকাদাৰ

যি সময়ত অসম আৰক্ষীয়ে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বাধীন)ৰ শক্তি আৰু প্ৰভাৱ নাইকিয়া হৈ আহিছে বুলি দাবী কৰি আহিছে, তেনে সময়তে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত নিষিদ্ধ সংগঠনটোৱে অঞ্চলটোৰ বহুকেইগৰাকী ব্যৱসায়ীক পত্ৰ প্ৰেৰণেৰে বৃহৎ পৰিমাণৰ ধন…