সূৰ্যৰ শক্তি পৰিবহণৰ নতুন কৌশল উন্মোচন তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ
“ সূৰ্য কেৱল পোহৰ আৰু তাপৰ এক উজ্জ্বল পিণ্ডই নহয় ই এক গতিশীল আৰু সদায় সক্ৰিয় নক্ষত্ৰ যিয়ে পৃথিৱীৰ বায়ুমণ্ডল নিয়ন্ত্ৰণ কৰাৰ লগতে জীৱজগতক প্ৰাণদান কৰে। ইয়াৰ উজ্জ্বল পৃষ্ঠৰ তলত শক্তিশালী তৰংগ আৰু শক্তিযুক্ত কণাবোৰ অহৰহ গতি কৰি থাকে আৰু…