নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গিল-জাদেজাক ৰঞ্জি খেলিবলৈ নির্দেশ ব’ৰ্ডৰ, নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ শাস্তি

নিউজ ডেস্ক, ২০ জানুৱাৰী : প্রথমবাৰৰ বাবে গৃহভূমিত নিউজিলেণ্ডৰ হাতত এদিনীয়া শৃংখলাত পৰাজিত হয় টীম ইণ্ডিয়া৷ আলহী দলটোৰ বিপক্ষে খেলা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ১–২ৰ ব্যৱধানত হেৰুৱায় ভাৰতীয় দলটোৱে৷ অধিনায়ক হিচাপে শুভমন গিলে এতিয়াও এদিনীয়া…

নোবেল পালেও হাতত ৰাখিব নোৱাৰিব ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে

নিউজ ডেস্ক, ২০ জানুৱাৰী : নিজে পোৱা নোবেল বঁটা অন্য কাৰো হাততেই তুলি দিব নোৱাৰে মাৰিয়া ক’ৰিনা মাছাডোৱে৷– এই কথা স্পষ্টভাৱে জনাই দিছে নোবেল কমিটীয়ে৷ যোৱা বৃহস্পতিবাৰে হোৱাইট হাউছলৈ গৈ নিজৰ নোবেল বঁটাটি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ…

মাত্র দুঘণ্টাৰ বাবে ভাৰতত আৰব আমীৰশ্বাহীৰ ৰাষ্ট্রপতি

নিউজ ডেস্ক, ২০ জানুৱাৰী : ক্ষণিকৰ আলহী হৈ ধুমুহাৰ দৰে ভাৰতলৈ আহি উভতি গ’ল আৰব আমীৰশ্বাহীৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান৷ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত আলহী ৰাষ্ট্রপতিগৰাকীক উষ্ম আলিংগনেৰে আদৰণি জনায়…

হেকৰাত উদ্যোগপতি কমল মেধিৰ বদান্যতা, নিজা উদ্যোগত ৰাজহুৱা শ্মশান নিৰ্মাণ

কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ হেকৰাবাসী ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিল অঞ্চলটোৰ বিশিষ্ট উদ্যোগপতি কমল মেধি৷ দীৰ্ঘদিনৰে পৰা হেকৰা গাঁৱত এখন ৰাজহুৱা শ্মশানৰ অভাৱ অনুভৱ কৰি আহিছিল সাধাৰণ ৰাইজে৷ সেই অভাৱ দূৰ…

বিজেপিৰ নতুন ৰাষ্ট্রীয় সভাপতি নীতিন নবীন, আজি আনুষ্ঠানিক ঘোষণা

ডিজিটেল ডেস্ক, ২০ জানুৱাৰী : চূড়ান্ত হ’ল বিজেপিৰ ৰাষ্ট্রীয় সভাপতি৷ নীতিন নবীনেই হ’ব বিজেপিৰ নতুন ৰাষ্ট্রীয় সভাপতি৷ বিহাৰৰ কেবিনেট মন্ত্রী হিচাপে দীর্ঘসময় দায়িত্ব চম্ভালি যোৱা নীতিন নবীনে এইবাৰ বিজেপিৰ শীর্ষ পদত অধিষ্ঠিত হৈ শাসকীয় দলটোক…

বাংলাদেশ ক্রিকেট ব’ৰ্ডক চূড়ান্ত সময়সীমা বান্ধি দিলে আইচিচিয়ে

নিউজ ডেস্ক, ২০ জানুৱাৰী : ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপত বাংলাদেশৰ অংশগ্রহণ সন্দর্ভত চূড়ান্ত সময়সীমা নির্ধাৰণ কৰিছে আইচিচিয়ে৷ বুধবাৰৰ ভিতৰত টি–২০ বিশ্বকাপত বাংলাদেশৰ অংশগ্রহণ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ল’বলৈ…

ছন্দময় বাগুৰুমবাৰ বার্তা

ছন্দময় বাগুৰুমবা নৃত্যত মুখৰ হ’ল অসম৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ সন্ধিয়া গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত ১০ সহস্রাধিক শিল্পীয়ে পৰিৱেশন কৰা বর্ণময় বাগুৰুমবা নৃত্যই আলোড়িত কৰি তোলে…

২০ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ জানুৱাৰী, মাঘ মাহৰ ৬ তাৰিখ মঙলবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : শ্রাৱণা, যাত্রা : মধ্যম মেষ : কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ। দূৰ ভ্রমণৰ যোগ আছে৷ দাম্পত্যত শুভ৷ ঘৰ–বাৰীৰ পৰিকল্পনাত উপকৃত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷ বৃষ :…

চীনত সোণৰ পদক অৰ্জনেৰে গৌৰৱ কঢ়িয়ালে শিৱসাগৰৰ বিৰিণাই

চীনৰ মাকাওত যোৱা ১৪ আৰু ১৫ জানুৱাৰীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত পিএমশ্ৰী ১নং টাউন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী তথা শিৱসাগৰৰ দিচাংমুখ চৰাইপৰা গাঁৱৰ বিৰিণা গোৱালাই বিশেষ সফলতা লাভ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে।…

নগাঁৱৰ কল্লোল ভৱন প্ৰেক্ষাগৃহত ‘অমূল্য মান্না আলোকচিত্ৰ বঁটা’ প্ৰদান অনুষ্ঠান

নগাঁৱৰ ঐতিহ্য বহনকাৰী এটি প্ৰাচীন সামাজিক-সাংস্কৃতিক  অনুষ্ঠান কল্লোল ৷  চহৰখনৰ কলঙৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত গঢ় লৈ উঠা এই কল্লোল ভৱন প্ৰেক্ষাগৃহত আজি দিনৰ ১১.৩০ বজাত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ ফটোগ্ৰাফী ইনষ্টিটিউট অৱ আছাম আৰু ইউ বি…