শিল্পী সুৰেন শইকীয়ালৈ অসম চৰকাৰৰ এককালীন শিল্পী পেন্সন
মাজুলীৰ নতুন দেওঁদিয়াআটী গাঁৱৰ সুৰেন শইকীয়াই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আগবঢ়োৱা ২০২৬ বৰ্ষৰ শিল্পী পেন্সনৰ এককালীন সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম হৈছে। শিল্পীগৰাকীয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাৰ সকলোৱে আনন্দ প্ৰকাশ কৰিছে।…