নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিক অতিক্রম বৈভৱ সূর্যবংশীৰ, ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপত নতুন নজিৰ

নিউজ ডেস্ক, ১৮ জানুৱাৰী : টুর্ণামেণ্ট সলনি হয়, খেলপথাৰ সলনি হয়৷ কিন্তু বৈভৱ সূর্যবংশীৰ বেটিং বিক্রম একেই থাকে৷ ২২ গজত যেতিয়াই ভৰি দিয়ে তেতিয়াই তেওঁ নজিৰ গঢ়ে৷ ১৯ বছৰ অনূর্ধ্ব এদিনীয়া বিশ্বকাপতো বিস্ফোৰক বেটিঙেৰে ১৪ বছৰীয়া বৈভৱে টীম ইণ্ডিয়াৰ…

বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিতৰ স্বীকৃতি লাভ গোৱালপাৰা মহাবিদ্যালয়ৰ

গোৱালপাৰা মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্তশাসিতৰ স্বীকৃতি প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকল। ইয়াকে লৈ কালি সন্ধিয়া ৬ বজাত মহাবিদ্যালয়ৰ চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ…

তামুলপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত কিশোৰী

তামুলপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী কিশোৰী। নিহত কিশোৰীগৰাকী ভূটান সীমান্তৰ বেলতল খৈৰাণীৰ সুলেখা বৰ্মন (১৩)। আজি পুৱা ৬ মান বজাত শোৱাপাটিৰ পৰা উঠি পদূলিমুখলৈ ওলাই আহোঁতে হঠাৎ এটা অকলশৰীয়া বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত প্ৰাণ…

কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ বিৰোধিতা গৌৰৱ গগৈৰ, ৰাজ্যজুৰি প্রতিক্রিয়া

আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রায় ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে কাজিৰঙাত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব৷ প্রধানমন্ত্রী মোদীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া এলিভেটেড কৰিড’ৰ প্রকল্পটো সম্পূর্ণ হৈ উঠিলে কাজিৰঙাৰ বন্যপ্রাণীৰ সুৰক্ষাৰ…

ইন্দোৰত আজি টীম ইণ্ডিয়া-নিউজিলেণ্ডৰ এদিনীয়া শৃংখলা দখলৰ যুঁজ

নিউজ ডেস্ক, ১৮ জানুৱাৰী : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ নির্ণায়ক মেচখন আজি ইন্দোৰত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে দুয়োটা দলে এখনকৈ মেচত জয়লাভ কৰাত আজিৰ মেচখন দুয়োটা দলৰ বাবে মৰণপণ যুঁজ হিচাপে পৰিগণিত…

কলিয়াবৰৰ মৌচন্দা পথাৰত আজি প্রধানমন্ত্রীৰ বিশাল জনসভা

ডিজিটেল ডেস্ক, ১৮ জানুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰ চিলাবন্ধা গাঁৱৰ মৌচন্দা পথাৰত আজি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশাল জনসভা সম্বোধন কৰিব ৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ বহুকেহটা উন্নয়নমূলক কামৰ শুভ উন্মোচন কৰাৰ লগতে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ জানুৱাৰী, মাঘ মাহৰ ৪ তাৰিখ, দেওবাৰ মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷ বৃষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা৷…

পাটাছাৰকুছি শাখা সাহিত্য সভাৰ উদ্যোগত জ্যোতি দিৱস পালন

অসম সাহিত্য সভাৰ আহ্বান মৰ্মে আজি পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ উদ্যোগত 'জ্যোতি দিৱস' সভাৰ আজীৱন সভ্য ৰত্নেশ্বৰ ৰয়ৰ নিজ সৰিহ গাঁৱৰ ভোহাপাৰাস্থিত বাসগৃহত অনন্য ৰূপত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আয়োজিত সভাৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদ…

কাইলৈৰ পৰা আউনীআটী সত্ৰত অসম ভাওনা সমাৰোহ-২০২৬

অসম ভাওনা সমাৰোহ ২০২৬ কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত আৰম্ভ হব। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা ভাওনা সমাৰোহৰ সভাপতি ডঃ পীতাম্বৰদেৱ দেৱ গোস্বামীয়ে কয়, ২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে…

গৌৰৱ গগৈৰ নিজা সমষ্টিতেই কংগ্ৰেছত ভাঙোন, অপসাৰিত সভাপতিৰ বিস্ফোৰক মন্তব্য

ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ নানা কৌশল অৱলম্বন কৰাৰ সময়তে দলটোৰ ভিতৰতে এতিয়া একাংশই সাংগঠনিক পদবীৰ বাবে সৃষ্টি কৰা অস্বস্তিকৰ পৰিস্থিতিয়ে বিজেপিকহে লাভৱান কৰিবলৈ  গৈ থকা পৰিলক্ষিত…