নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞাৰ প্ৰথম পছন্দৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ, বেকফুটত বদৰুদ্দিন

২০২৪ৰ লোকসভা নিৰ্বাচনত আৰম্ভ হোৱা ৰাজনৈতিক ধাৰা যেন এতিয়াও অসমৰ ৰাজনীতিত অব্যাহত আছে। বিশেষকৈ সংখ্যালঘু তথা মিঞা প্ৰধান সমষ্টিসমূহত AIDUFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাৰ বিপৰীতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতা…

ইৰান অভিমুখে ৰাওনা ৭৫০০ সেনাৰে মার্কিন যুুদ্ধ জাহাজ

নিউজ ডেস্ক, ১৭ জানুৱাৰী : চীন সাগৰৰ পৰা মধ্য প্রাচ্য অভিমুখে ৰাওনা হৈছে এটা বৃহৎ মার্কিন নৌসেনা বাহিনী৷ এই খবৰ পোহৰলৈ আহিছে সূত্রৰ জৰিয়তে৷ যোৱা কিছুদিন ধৰি যুদ্ধৰ ঘন ছায়াই আৱৰি ধৰিছে সমগ্র ইৰানক৷ এনে এটা পৰিস্থিতিতে এই খবৰ বিয়পি পৰিছে যে…

WPL-ত আৰচিবিৰ জয়ৰ হেট্ৰিক, শ্ৰেয়াংকাৰ স্পিনভেল্কীত দিশহাৰা গুজৰাট

অমেন প্ৰিমিয়াৰ লীগ ২০২৬ত (WPL) ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয় ৰথ অব্যাহত আছে। একেৰাহে দুখন মেচত বিজয়ী হোৱাৰ পাছত আৰচিবিয়ে গুজৰাট জায়েন্টছকো পৰাস্ত কৰি জয়ৰ হেট্ৰিক সম্পূৰ্ণ কৰে। ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত এই মেচখনত…

২০৩০লৈ সমগ্র দেশত চলিব ৮০০ ‘বন্দে ভাৰত’ ৰে’ল

নিউজ ডেস্ক, ১৭ জানুৱাৰী : ভাৰতীয় ৰে’লৱেৰ ইয়াৰ সম্পূর্ণ নেটৱর্কত ‘বন্দে ভাৰত’ ৰে’ল সেৱাৰ ব্যাপক সম্প্রসাৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছে৷ দেশত প্রথমবাৰৰ বাবে থলুৱাভাৱে ডিজাইন আৰু নির্মাণ কৰা ছেমি–হাইস্পীড ৰে’ল হিচাপে ইয়াক দেশখনৰ যোগাযোগ ব্যৱস্থাৰ…

দিল্লীত ৰাহুল গান্ধীৰ উপস্থিতিত অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মাৰাথন বৈঠক

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত তেওঁৰ দিল্লীস্থ চৰকাৰী বাসভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিৰোধী দলনেতা ৰাহুল গান্ধীকে ধৰি দলৰ সাংগঠনিক দায়িত্বত থকা সাধাৰণ সম্পাদক কে চি বেনুগোপাল…

বিশিষ্ট শিল্পী সমৰ হাজৰিকা-ধনদা পাঠকলৈ ২০২৬ বৰ্ষৰ ‘শিল্পী বঁটা’

বিশেষ বাৰ্তা, ১৭ জানুৱাৰী : অসম চৰকাৰৰ ২০২৬ বর্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে৷ অহা ফেব্রুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া বঁটা প্রদান অনুষ্ঠানত দুয়োগৰাকীকে শিল্পী বঁটা…

দুলীয়াজান কলেজত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫–২৬

অহা ২৮ জানুৱাৰী পৰা ৩১ জানুৱাৰীলৈ দুলীয়াজান মহাবিদ্যালয়ৰ আতিথ্যত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫--২৬ আয়োজন কৰা হৈছে।  জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰা দুলীয়াজান মহাবিদ্যালয়ৰ মহোৎসৱথলীত ডিব্ৰুগড়…

দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব প্রধানমন্ত্রী মোদী

ডিজিটেল ডেস্ক, ১৭ জানুৱাৰী : দুদিনীয়া কার্যসূচীৰে উন্নয়নৰ বার্তা লৈ আজি পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ ১৭ জানুৱাৰীৰ সন্ধিয়া প্রায় ৫ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া প্রধানমন্ত্রীগৰাকীৰ আগমনতেই অসমৰ বাগৰুম্বাই ৰচিব…

সন্তোষ ট্ৰফীলৈ অসমৰ ফুটবল দল ঘোষণা

সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত ৭৯ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্রতিযোগিতাখনিৰ মূল ৰাউণ্ডৰ খেলসমূহ ধেমাজি আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰু চিলাপথাৰত অহা ২১ জানুৱাৰীৰ পৰা ৮ ফেব্রুৱাৰীলৈকে অনুষ্ঠিত হ’ব৷…

হিন্দুৰ বাবে কান্দিব কোনে ?

হিন্দু সংকটত নেকি? যিখন দেশত প্রায় ১০০ কোটি হিন্দু বাস কৰে, সেইখন দেশৰ ভূমিত থিয় হৈ এই প্রশ্ণ কৰিলে সেই প্রশ্ণ অবান্তৰ যেনেই লাগিব পাৰে৷ ৭৮.৫ শতাংশৰ পৰা ৭৯.৮ শতাংশ হিন্দুৱে বসবাস কৰা ভাৰতত হিন্দু সংকটত পৰাটো এক অস্বাভাৱিক যেন লাগিব পাৰে৷…