বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা আৰু নাই…
ডিজিটেল ডেস্ক, ১৩ জানুৱাৰী : হেঁপাহৰ ভোগালীৰ উৰুকাৰ দিনাই ৰাজ্যবাসীৰ মাজলৈ আহিল আন এক দুঃখবৰ। প্ৰখ্যাত সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজ দি অৱশেষত নিজৰাপাৰস্থিত বাসগৃহত পুৱা ৮.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে…