নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত জুবিন গার্গ সোঁৱৰণী দৌৰ প্রতিযোগিতাত প্রতাৰণা

যোৰহাটত জুবিন গার্গৰ নামত অনুষ্ঠিত এখন মাৰাথন দৌৰ প্রতিযোগিতাত আয়োজকে বিজয়ী প্রতিযোগীক কৰা চূড়ান্ত প্রতাৰণাক কেন্দ্র কৰি সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া ৷ বিজয়ী প্রতিযোগীক পুৰস্কাৰ আৰু প্রাইজমানী প্রদান নকৰি আয়োজকে পলায়ন কৰাৰো অভিযোগ কৰা…

ভোগালীৰ প্ৰাকমুহূৰ্তত দুখীয়া পৰিয়ালৰ মাজত খাদ্য-গৰম বস্ত্ৰ বিতৰণ লাইফ ৱে’ৰ

নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰোৱাৰ 'লাইফ ৱে' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে  ভোগালীৰ প্ৰাকমুহূৰ্তত অঞ্চলটোৰ বহুকেইটা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, গৰম বস্ত্ৰৰ লগতে পাকঘৰত ব্যৱহৃত সঁজুলি প্ৰদান কৰে। কোকৰাঝাৰস্থিত অসম আৰক্ষীৰ…

নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ বুলি দাবী কৰিলে ডনাল্ড ট্ৰাম্পে

নিউজ ডেস্ক, ১২ জানুৱাৰী : আকৌ চৰ্চাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প! মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত এটা পোষ্ট শ্বেয়াৰ কৰি দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে। এই পোষ্টটোত ট্ৰাম্পৰ এখন ফটো শ্বেয়াৰ কৰি…

বাঁহজানীত শংকৰ-আজান পুথিভঁৰালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

নলবাৰী জিলাৰ বাঁহজানীৰ মুগকুছিত থকা শংকৰ-আজান গ্ৰাম্য পুথিভঁৰালৰ দেওবাৰে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। শংকৰ-আজান পুথিভঁৰালৰ ছাত্ৰ মন্থন কাশ্যপৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা, ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশ আৰু বঁটা…

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিমলীতোলা নয়াপাৰাত ভোগালী মহোৎসৱ

গোৱালপাৰা জিলাৰ শিমলীতোলা নয়াপাৰা যুৱক সংঘৰ সৌজন্যত শিমলীতোলা অঞ্চলবাসী ৰাইজৰ সহযোগত কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক ভোগালী মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। কাৰ্যসূচী অনুসৰি ১৩…

গৰৈমাৰীৰ বৰভিঠাত নিশা পাঁচজনীয়া পৰিয়াললৈ নামি আহিল কাল অমানিশা…

দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। নিশা গভীৰ টোপনিৰ মাজতে এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। অবৈধ বালি কঢ়িওৱা ডাম্পাৰৰ তলত পৰি নিহত হয় মাতৃ আৰু কণমানি। উল্লেখ্য যে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাৰ হাচেন আলীৰ ঘৰৰ…

বৰপেটাৰোডৰ বৰ্মনপাৰাত পুত্ৰৰ প্ৰহাৰত পিতৃৰ মৃত্যু

বৰপেটাৰোডৰ বৰ্মনপাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুত্ৰৰ প্ৰহাৰত মৃত্যু হয় পিতৃৰ। মৃত পিতৃক ঘৰৰ ভিতৰতে তলা মাৰি থৈ পলায়ন কৰে নৰাধম পুত্ৰই। পিতৃ হত্যাকাৰী পলাতক পুত্ৰৰ নাম প্ৰীতম সান্যাল । মৃত ব্যক্তিজনৰ নাম পুতুল সান্যাল । মৃত পুতুল…

২.১৫ কোটি টন চাউল ৰপ্তানিৰে বিশ্বৰ শীর্ষত ভাৰত

নিউজ ডেস্ক, ১২ জানুৱাৰী : কৃষিয়ে ভাৰতীয় অর্থনীতিত বিশেষ স্থান লাভ কৰাই নহয়, শেহতীয়াকৈ চাউল উৎপাদনৰ ক্ষেত্রত অভিলেখ স্থাপন কৰি চাউল ৰপ্তানিৰ ক্ষেত্রতো অভিলেখ গঢ়িছে ভাৰতে৷ বাছমতিয়েই হওক বা উখোৱা চাউলেই হওক, যোৱা বছৰটোত বিশ্বৰ বিভিন্ন…

সম্পাদকীয় : দম্ভালি বনাম টিলিকি

শঠা মিতিৰালিক মানি লোৱাটো মূর্খামি আৰু ক্ষতিকাৰকো৷ স্বাভিমান থকা কোনোৱেই অৱদমিত কৰিব খোজা কোনো মিত্রতাৰ চর্তক মানি ল’ব নোৱাৰে৷ এয়া সকলো খামিডাঠ ব্যক্তিৰ ক্ষেত্রত যিদৰে সঁচা, তেনেদৰে মূৰ তুলি চলি থাকিব খোজা যিকোনো আত্মপ্রত্যয়ী ৰাষ্ট্রৰ বাবেও…

১২ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ জানুৱাৰী, পুহ মাহৰ ২৭ তাৰিখ, সোমবাৰ মেষ : নতুন কোনো শুভ সংবাদ আহিব পাৰে৷ বন্ধুবর্গৰ পৰা উৎসাহ পাব৷ আর্থিক লাভ৷ মনৰ শান্তি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷ বৃষ : কর্মত উদাৰতা থাকিব৷ আর্থিক সম্পদ লাভ৷ প্রেমত মধ্যম৷ বন্ধুৰ পৰা উপকৃত…