নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াক সজাগ হোৱাৰ আহ্বান দয়ানন্দ বৰগোহাঁইৰ

ৰেজাউল কৰিমে গৌৰৱ গগৈক কাষত লৈ যিধৰণে বিতৰ্কিত মন্তব্য কৰিলে, তাক মই ঘোৰ নিন্দা কৰিছোঁ। মোৰ মনে ধৰে যে অসম বুৰঞ্জীৰ ১০০ শতাংশৰ ১ শতাংশো নাজানে গৌৰৱ গগৈয়ে। সংবাদমেলত এই কঠোৰ মন্তব্য ড০ দয়ানন্দ বৰগোহাঁইৰ। আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিমে…

অসমত নেপালৰ দৰে পৰিস্থিতি সৃষ্টিৰ ষড়যন্ত্ৰ কংগ্ৰেছৰ

কংগ্ৰেছৰ এক ভয়ংকৰ ষড়যন্ত্ৰ। অসম বিজেপি ৰাজ্যিক কাৰ্যালয় জ্বলাই দিয়া কাৰ্যক প্ৰৰোচনা অসম কংগ্ৰেছৰ। সামাজিক মাধ্যমত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় জ্বলাই দিয়াৰ ফটো আপলোড কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে। খিলঞ্জীয়া ৰাইজৰ বিৰোধী অসম প্ৰদেশ কংগ্ৰেছে এতিয়া…

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল

মেষ ৰাশি মেষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো উঠা-নমাৰে ভৰা হ’ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগ লাভ কৰিব যদিও কামৰ চাপো থাকিব, যাৰ ফলত অলপ ভাগৰ অনুভৱ হ’ব পাৰে। ব্যৱসায়ত জড়িত লোকসকলৰ বাবে দিনটো লাভজনক, বিশেষকৈ লোহা বা বিল্ডিং মেটেৰিয়েলৰ…

উত্তৰ ভাৰতত হাড় কঁপোৱা শীতৰ প্ৰকোপ, ঘন কুঁৱলীত জীৱন ব্যাহত

উত্তৰ ভাৰত এই দিনবোৰত তীব্ৰ শীতৰ কবলত পৰিছে। নগৰ অঞ্চলৰ পৰা পথাৰলৈকে ঘন কুঁৱলীৰ চাদৰে আৱৰি ধৰিছে অঞ্চলসমূহ। বহু ৰাজ্যত তাপমাত্ৰা শূন্য ডিগ্ৰীৰ ওচৰলৈ বা তাৰো তললৈ নামি গৈছে। বতৰ বিজ্ঞান বিভাগে সতর্ক কৰি দিছে যে আগন্তুক কেইদিনো শীত আৰু…

ভোগালী বিহু উপলক্ষে উজনি-নামনি সৰ্বত্ৰ বিধৌত অসমীয়া

ভোগ-ৰসৰ সম্ভাৰেৰে অসমীয়াই পালন কৰিছে। আজি অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। পুহ মাহৰ অন্তত হাড় কঁপোৱা জাৰত আজি কাহিলিপুৱাতেই মেজি জ্বলাই অগ্নিদেৱতাক সেৱা জনালে অসমীয়াই। ৰীতি অনুসৰি মাঘ বিহুৰ দিনা পুৱাই মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত…

ৰাজকোটত আজি ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় এদিনীয়া

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া (ODI) শৃংখলাৰ দ্বিতীয়খন মেচ বুধবাৰ, ১৪ জানুৱাৰী তাৰিখে ৰাজকোটত অনুষ্ঠিত হ’ব। প্ৰথমখন মেচত জয় লাভ কৰি ভাৰত ইতিমধ্যে শৃংখলাত ১–০ৰ অগ্ৰগতি লাভ কৰিছে আৰু এতিয়া দ্বিতীয়খন মেচ জিকি শৃংখলাটো নিজৰ…

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল

আজিৰ ৰাশিফল : ১৪ জানুৱাৰী ২০২৬ মেষ আজিৰ দিনটো ব্যৱসায়ত নিয়োজিত লোকসকলৰ বাবে অতি উত্তম হ’ব। কাম-কাজত ভাল সাফল্য লাভ কৰিব আৰু চাকৰিত কৰ্মৰত লোকসকলৰ পদোন্নতিৰ কথা আগবাঢ়িব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। ৰাজনীতিত জড়িত লোকসকলৰ…

বাংলাদেশত পুনৰ সংখ্যালঘু হিন্দু যুৱকক নৃশংস হত্যা

নিউজ ডেস্ক, ১৩ জানুৱাৰী : বাংলাদেশৰ দক্ষিণাংশত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। চট্টগ্ৰাম ডিভিজনৰ ফেনী জিলাৰ দাগনভূঞা এলেকাত দেওবাৰে নিশা অজ্ঞাত দুষ্কৃতিকাৰীয়ে ২৮ বছৰীয়া হিন্দু যুৱক সমীৰ কুমাৰ দাসক প্ৰহাৰ কৰাৰ লগতে ছুৰীৰে আঘাত কৰি…

ইৰানৰ সৈতে ব্যৱসায় কৰিলে ভৰিব লাগিব ২৫ শতাংশ শুল্ক, ট্ৰাম্পৰ ভাবুকি

নিউজ ডেস্ক, ১৩ জানুৱাৰী : এইবাৰ ২৫ শতাংশ শুল্ক আৰোপৰ ভাবুকি দিলে ট্ৰাম্পে। আমেৰিকা-ইৰানৰ মাজত উত্তেজনা অধিক তীব্ৰ হৈ উঠাৰ সময়তে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক গুৰুত্বপূৰ্ণ আৰু কঠোৰ পদক্ষেপৰ কথা ঘোষণা কৰিছে। ইৰানৰ সৈতে ব্যৱসায় কৰা যিকোনো…

পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন

পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ লুৎফুৰ ৰহমানে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰে ভোগালী মেলাৰ। ভোগালী মেলাত বিদ্যালয়খনৰ একাংশ ছাত্র-ছাত্রীয়ে গাঁৱত উৎপাদিত সামগ্ৰীৰে তিলপিঠা, নাৰিকল পিঠা,…