বেয়া ফৰ্মৰ মাজতে ভগৱানৰ আশীৰ্বাদ ল’লে সূৰ্যকুমাৰ যাদৱে
ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে বছৰটোৰ সমাপ্তি আধ্যাত্মিক পৰিৱেশত সম্পন্ন কৰে। বেয়া ফৰ্মক লৈ আলোচনা চলি থকা সূৰ্যকুমাৰে মঙলবাৰে বৈকুণ্ঠ একাদশী উপলক্ষে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিস্থিত প্ৰসিদ্ধ তিৰুমলা ভেংকটেশ্বৰ মন্দিৰ দৰ্শন কৰে। এই…