নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিদায় ২০২৫

এটা বছৰৰ অন্ত পৰা মানে কেৱল এখন কেলেণ্ডাৰৰ শেষ পৃষ্ঠাটোৰ শেষৰ তাৰিখটো নহয়৷ ই এটা সামাজিক ক্ষণ, য’ত সময়ে নিজেই সমাজৰ আগত থমকি ৰৈ প্রশ্ণ উত্থাপন কৰে– এই বছৰটোত কি কি হ’ল আৰু কি কি নহ’ল৷ এটা বছৰ পাৰ হৈ যোৱা মানে কেৱল দিন–তাৰিখ সলনি হোৱা নহয়, ই…

৩১ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ ডিচেম্বৰ, পুহ মাহৰ ১৫ তাৰিখ, বুধবাৰ মেষ : ঘৰুৱাত অস্থিৰতা কিছু পাতলিব৷ নতুন কোনো সংযোগত আহুকাল৷ শৰীৰ মধ্যম৷ আর্থিকত আবেদনকাৰীৰ সুযোগ৷ বিবাহৰ যোগ৷ বৃষ : পুৱা দহটাৰ পৰা শুভ কর্মাদিত আগনবঢ়াই ভাল৷ আর্থিকত মজলীয়া ফল পাব৷ মাতৃৰ শৰীৰ বৰ…

মোলাই কাঠনিৰ অগ্নিকাণ্ডৰ তদন্ত দাবী অৰণ্য সুৰক্ষা সমিতি, অসমৰ

অৰণ্য মানৱ যাদৱ পায়েঙৰ অক্লান্ত প্ৰচেষ্টাত গঢ়ি উঠা মাজুলীৰ এটি দ্বীপ মোলাই কাঠনিৰ অৰণ্য দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘটনাৰ তীব্ৰ গৰিহণা দিছে প্ৰকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি, অসমে। অৰণ্য সুৰক্ষা সমিতি, অসমে এই সন্দৰ্ভত এক চৰজমিন তদন্তৰ…

বজালীৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুখবৰ : ছিনিয়ৰ মহিলা ভলীবল দলত চাৰি খেলুৱৈৰ স্থান লাভ

নৱবৰ্ষ ২০২৬ চনৰ প্ৰাকক্ষণত বজালী জিলালৈ ক্ৰীড়াৰ ক্ষেত্ৰত আহিল এক সুখবৰ৷ উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত হ'বলগীয়া ৭২ সংখ্যক ছিনিয়ৰ নেচনেল (পুৰুষ-মহিলা) ভলীবল চেম্পিয়নশ্বিপত অংশগ্রহণ কৰাৰ উদ্দেশ্যে অসমৰ পৰা নিৰ্বাচিত মহিলাৰ দলত পাটাছাৰকুছিৰ…

ডিমৰীয়াত সৰ্বভাৰতীয় পৰ্যায়ৰ হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা

ডিমৰীয়াৰ মালয়বাৰীত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰাইজমানী হিচাপে থাকিব সৰ্বমুঠ তিনি লাখ টকা। মালয়বাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ হীৰক জয়ন্তী বৰ্ষ…

বগৰীবাৰী উপ-ডাকঘৰৰ নথি-পত্ৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ বগৰীবাৰী উপ-ডাকঘৰৰ নথি-পত্ৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সমান্তৰালকৈ কাৰ্যালয়টো লণ্ডভণ্ড কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, আজি উপ-ডাকঘৰটোৰ ডাকোৱালগৰাকীয়ে কাৰ্যালয় খোলাৰ পিছতে এই দৃশ্য প্ৰত্যক্ষ…

বাংলাদেশত পুনৰ হিন্দুক হ*ত্যা : সংখ্যালঘুৰ ওপৰত হিংসা অব্যাহত

বাংলাদেশত পুনৰ এজন হিন্দু যুৱকক হত্যাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সেই মৈমনসিংহ জিলাতে সংঘটিত হৈছে, য’ত ১৮ ডিচেম্বৰত দীপু চন্দ্ৰ দাসক উত্তেজিত লোকে প্ৰহাৰ কৰি হত্যা কৰিছিল আৰু পিছত তেওঁৰ মৃতদেহ বৰ্বৰোচিতভাৱে উন্মত্ত লোকে জ্বলাই দিছিল। যোৱা ১৫…

বেয়া ফৰ্মৰ মাজতে ভগৱানৰ আশীৰ্বাদ ল’লে সূৰ্যকুমাৰ যাদৱে

ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে বছৰটোৰ সমাপ্তি আধ্যাত্মিক পৰিৱেশত সম্পন্ন কৰে। বেয়া ফৰ্মক লৈ আলোচনা চলি থকা সূৰ্যকুমাৰে মঙলবাৰে বৈকুণ্ঠ একাদশী উপলক্ষে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিস্থিত প্ৰসিদ্ধ তিৰুমলা ভেংকটেশ্বৰ মন্দিৰ দৰ্শন কৰে। এই…

যোৰহাট আৰক্ষীৰ জালত সদগুৰু ইঞ্জিনীয়াৰিঙৰ বিতৰ্কিত ঠিকাদাৰ মুকেশ জালান

যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ফৰলেনযুক্ত পথ নিৰ্মাণত জড়িত কোম্পানী সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড চাৰ্ভিছেজ প্ৰাইভেট লিমিটেডৰ স্বত্তাধিকাৰ মুকেশ জালানক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে। বৰ্তমান যোৰহাট জিলাৰ টীয়ক থানাৰ আলহী…

STF-কেন্দ্ৰীয় চোৰাংচোৱাৰ ‘অপাৰেচন প্ৰঘাত’ : ১১ জেহাদী গ্ৰেপ্তাৰ

সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অসম আৰক্ষীৰ বিশেষ দলে (STF) আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই যৌথভাৱে ‘অপাৰেচন প্ৰঘাত’ আৰম্ভ কৰে। সোমবাৰে অসম আৰু ত্ৰিপুৰাত একেলগে চলোৱা এই অভিযানত নিষিদ্ধ মৌলবাদী সংগঠন জামাতুল মুজাহিদীন বাংলাদেশ…