নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ ঠাকুৰবিলাত পদ্মশ্ৰী ড° বিৰুবালা ৰাভা সাংস্কৃতিক প্ৰকল্প উদ্বোধন

অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ বাবে অক্লান্ত সংগ্ৰাম চলাই পদ্মশ্ৰী সন্মান লাভ কৰা ড° বিৰুবালা ৰাভাৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত লাভ কৰা ৫১.৪২ লাখ টকাৰ সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয়৷ উল্লেখ্য যে ড° বিৰুবালা ৰাভাৰ জীৱিত অৱস্থাত উক্ত…

পহিলা জানুৱাৰীৰ পৰা চানডুবি উৎসৱ, প্ৰকৃতিপ্ৰেমী-পৰ্যটকৰ স্ৰোত চানডুবি বিললৈ

অসমৰ ৯খন প্ৰধান বিল তথা উল্লেখনীয় পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত চানডুবি বিল অন্যতম ৷ ১৮৯৭ চনৰ প্ৰবল ভূইকঁপৰ ফলত এই মনোৰম বিলখনৰ সৃষ্টি হৈছিল ৷ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত বিলখনৰ…

২৮ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ ডিচেম্বৰ, পুহ মাহৰ ১২ তাৰিখ, দেওবাৰ মেষ : ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ নিবনুৱাৰ কর্মপ্রাপ্তি হ’ব পাৰে৷ প্রেমত সুখ৷ বৃষ : উচ্চপদস্থ বিষয়াৰ লগত সু-সম্পর্ক বজাই ৰাখিব৷ আয়ৰ ক্ষেত্রত অনুকূল৷ পাৰিবাৰিক…

সুকন্যা : নলবাৰীৰ ডলীৰাণী হালৈ দাসৰ সাফল্য

উৎপল কুমাৰ কলিতা ‘সপোন যদি ডাঙৰ হয়, আৰম্ভণি সৰুকৈ কৰি হ’লেও এদিন সপোন পূৰণ কৰিব পাৰি৷’ –এই মন্তব্য ডলীৰাণী হালৈ দাসৰ৷ সম্প্রতি ৰাজ্যৰ এগৰাকী কৃষি উদ্যোগী হিচাপে প্রতিষ্ঠিত ডলীৰাণীয়ে শূন্যৰ পৰা আৰম্ভ কৰি আজি নিজৰ লক্ষ্যত উপনীত হোৱাৰ লগতে আন…

দেশ ত্যাগ সহস্ৰাধিক শিক্ষিত পাকিস্তানীৰ, শাসক-সেনা নেতৃত্বৰ বক্তব্যৰ বিপৰীত ছবি

পাকিস্তান এই সময়ত নিজৰ ইতিহাসৰ আটাইতকৈ গুৰুতৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। অৰ্থনৈতিক দুৰ্বলতা, ৰাজনৈতিক অনিশ্চয়তা আৰু পেছাগত সুযোগৰ অভাৱে পৰিস্থিতি এনে কৰিছে যে দেশখনৰ আটাইতকৈ শিক্ষিত লোকসকলেও দেশ এৰি যাবলৈ বাধ্য হৈছে। শেহতীয়া চৰকাৰী…

কৰ্মসূত্ৰে বেংগালুৰুলৈ যোৱা কাছাৰৰ যুৱক সন্ধানহীন

বেংগালুৰুৰ পৰা সন্ধানহীন কাছাৰ জিলাৰ সোণাইৰ বেৰাবাক ৩নং ব্লকৰ এজন যুৱক। নিৰুদ্দেশ হোৱা যুৱকজনৰ মাতৃ পিশাক্তম্বী শৰ্মাই সোণাইৰ আৰক্ষী থানাত নিৰুদ্দেশ সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছে। শনিবাৰৰ দিনা নিৰুদ্দেশ হোৱা যুৱকজনৰ মাতৃৰ হৈ নগদিৰগ্ৰাম…

৫৪৬৮ দিনৰ পাছত অষ্ট্ৰেলিয়াত ইংলেণ্ডৰ টেষ্ট জয়

২০২৫–২৬ এছেজ ছিৰিজত ইংলেণ্ডে নিজৰ প্ৰথম জয় লাভ কৰিছে। আৰম্ভণিৰ তিনিখন টেষ্টত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত ইংলেণ্ডে চতুৰ্থ টেষ্টত জয় সাব্যস্ত কৰে। অষ্ট্ৰেলিয়াত প্ৰায় ১৪ বছৰৰ পিছত ইংলেণ্ডে এই জয় লাভ কৰিবলৈ সক্ষম হয়। মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত…

আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত সোণৰ পদক জয় ৰংজুলিৰ হাইমী দাসৰ

কলকাতা কোৰিয়ান টাইকোৱানডো এছোচিয়েচনৰ উদ্যোগত কলকাতাৰ বিশ্ব বাংলা চেণ্টাৰত অনুষ্ঠিত হোৱা নৱম টি আই এ অ'পেন আন্তৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত ৰংজুলি ক্ৰীড়া সন্থাৰ হাইমী দাসে সোণৰ পদক অৰ্জন কৰে l যোৱা ২১ৰ পৰা ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত…

বাঁহেৰে জগত জিনিছে অসমীয়াই, দেশে-বিদেশে সমাদৃত যোৰহাটৰ প্ৰভাত শইকীয়া

অসমৰ কুটিৰ শিল্পৰ জৰিয়তে জগত জিনিছে এগৰাকী অসমীয়াই। এইগৰাকী অসমীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিত বাঁহ শিল্পৰ সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰিছে। বাঁহ শিল্পক আধুনিক প্ৰযুক্তিৰ বিভিন্ন সংযোজন ঘটাই নিৰ্মাণ কৰা সামগ্ৰীৰে…

অনলাইন স্কেমৰ বলি ‘দুখীয়াৰ বন্ধু’ চিকিৎসক ডাঃ সদাগৰ দেউৰী

'দুখীয়াৰ বন্ধু' যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ সদাগৰ দেউৰী সকলোৰে বাবে এটা চিনাকি নাম । নিজৰ সৰলতা, উদাৰতা, সেৱা আৰু সহায়ৰ মনোভাবৰ বাবে সৰ্বজনবিদিত আৰু সকলোৰে প্রিয় চিকিৎসকগৰাকী । কিন্তু এক ভয়ংকৰ অনলাইন স্কেমৰ কবলত পৰি সৰ্বস্বান্ত…