সাংস্কৃতিক জগতৰ চিনাকি নাম হৃতিদীপ্ত ৰায়ৰ অকাল বিয়োগ
উদীয়মান কষ্টিউম ডিজাইনাৰ, মেক-আপ আৰ্টিষ্ট, ধুবুৰী জিলাৰ সাংস্কৃতিক জগতখনৰ অতি চিনাকি নাম ধুবুৰী জিলাৰ গোলকগঞ্জৰ মৈসা প্ৰথম খণ্ডৰ বাসিন্দা হৃতিদীপ্ত ৰায় আৰু নাই।
সকলোৰে মাজত হিমু নামেৰে পৰিচিত ২৬ বছৰীয়া এই যুৱকজনৰ আজি পুৱা অকষ্মাতে…