নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰফৰ মাজতে অগ্নিকাণ্ড ! জাপানৰ এক্সপ্ৰেছৱেৰ পথ দুৰ্ঘটনাই জোকাৰিলে দেশ

জাপানত বছৰৰ শেষ দিনসমূহ আৰু নতুন বছৰৰ ছুটীৰ আৰম্ভণিৰ মাজতেই সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ দেশখনক জোকাৰি গৈছে। শুকুৰবাৰে নিশা বৰফে ঢকা এটা এক্সপ্ৰেছৱেত বহু বাহন একেলগে সংঘৰ্ষত লিপ্ত হয়। এই দুৰ্ঘটনা আগ্নেয় বিভীষিকালৈ ৰূপান্তৰিত হয়,…

কামাখ্যা গেটত ৰাজপথৰ অবৈধ পার্কিঙে মাতিছে বিপদ

গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ভিতৰত অন্যতম এক গুৰুত্বপূর্ণ সমস্যা হ’ল যান–জঁট৷ মহানগৰবাসীয়ে সন্মুখীন হৈ অহা যান–জঁটৰ সমস্যা সমাধানৰ বাবে ন্যায়ালয়ৰ নির্দেশ অনুসৰি চৰকাৰ, জিলা প্রশাসন আৰু যান–বাহন আৰক্ষীয়ে কেতবোৰ কঠোৰ…

১ কোটি ভোটেৰে পুনৰ ক্ষমতা দখলৰ লক্ষ্য বিজেপিৰ

’২৬ৰ নির্বাচনলৈ প্রায় সকলো প্রকাৰে সাজু হৈছে ৰাজ্যিক বিজেপি৷ তৃতীয়বাৰৰ বাবে ক্ষমতাৰ বাঘজৰী হাতত ল’বলৈ ৰণকৌশল প্রস্তুত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’ল গুৰুত্বপূর্ণ ৰাজ্যিক কার্যনির্বাহক সভা৷ ৰাষ্ট্রীয়…

যোৰহাটৰ আইশী প্রিশা বৰাক ৰাষ্ট্রীয় শিশু পুৰস্কাৰ প্রদান ৰাষ্ট্রপতি মুর্মুৰ

ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে বিভিন্ন ক্ষেত্রত অসাধাৰণ কৃতিত্ব অর্জন কৰি উত্তৰ–পূর্বাঞ্চলৰ নিজ নিজ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী যুৱ প্রতিভাক প্রধানমন্ত্রী ৰাষ্ট্রীয় শিশু পুৰস্কাৰ প্রদান কৰে৷ অসমৰ যোৰহাটৰ ১৪ বছৰীয়া উদ্ভাৱক ছাত্রী আইশী…

চীনত মুকলি বিশ্বৰ দীর্ঘতম এক্সপ্রেছৱে সুৰংগ

আন্তঃগাঁথনিৰ ক্ষেত্রত চমকপ্রদ উন্নতিৰ সোপান দেখুৱাই আহিছে চুবুৰীয়া ৰাষ্ট্র চীনে৷ শেহতীয়াকৈ দেশখনৰ জিনজিয়াং প্রদেশত চীনে শুকুৰবাৰে মুকলি কৰে ২২.১৩ কিলোমিটাৰ দৈর্ঘ্যৰ এটা পথ সুৰংগ৷ উত্তৰ–পশ্চিম চীনৰ জিনজিয়াং উইঘুৰ স্বায়ত্তশাসিত মণ্ডলৰ মধ্য…

কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাত সেনা বৃদ্ধি পাকিস্তানৰ

নিয়ন্ত্রণ ৰেখা বা এলঅ’চিৰ সিপাৰে ৰাৱালকোড, কোটলি আৰু ভিম্বৰ ছেক্টৰত ইতিমধ্যে ‘কাউণ্টাৰ আনমেনড এৰিয়েল ছিষ্টেম চমুকৈ চি–ইউএএছ’ৰ নতুন ইউনিট স্থাপন কৰিছে পাকিস্তানৰ ফিল্ড মার্শ্বাল আছিম মুনিৰ বাহিনীয়ে৷ বর্তমানৰ প্রচণ্ড শীতকো নেওচি জম্মু আৰু…

বৈভৱ সূৰ্যবংশীলৈ  প্রধানমন্ত্রী ৰাষ্ট্রীয় বাল পুৰস্কাৰ

দেশৰ চাঞ্চল্যকৰ ক্রিকেটাৰ বৈভৱ সূর্যবংশী সমগ্র ক্রিকেট বিশ্বত এতিয়া এক চর্চিত নাম৷ নিজৰ অসামান্য প্রতিভাৰে ক্রিজত নিত্যনতুন কৃতিত্ব অর্জনেৰে বৈভৱে ইতিমধ্যেই ক্রিকেট জগতত খলকনি তুলিছে৷ খেলপথাৰত এনে উল্লেখনীয় সফলতাৰ সুবাদত এতিয়া ভাৰত চৰকাৰৰ…

সম্পাদকীয় : বর্ধিত প্রদূষণ

মানুহ সুস্থভাৱে জীয়াই থাকিবলৈ হ’লে পৃথিৱী নামৰ গ্রহটোক সুস্থ কৰি ৰখাটো জৰুৰী৷ পৃথিৱীক সুস্থ কৰি ৰাখিবলৈ হ’লে মানুহে পানী, বায়ু, মাটি, আকাশ সুৰক্ষিত কৰি ৰাখিব লাগিব৷ সেইবোৰ সুৰক্ষিত হৈ নাথাকিলে কোনো প্রাণী জীয়াই থাকিব নোৱাৰে৷ কিন্তু বর্তমান…

২৭ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ ডিচেম্বৰ, পুহ মাহৰ ১১ তাৰিখ, শনিবাৰ মেষ : পুৱা দহ বজালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ আর্থিকত মজলীয়া৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷ বৃষ : কর্মাদিত মজলীয়া কোনো দায়িত্ব…

নিয়োগ বাৰ্তা : অইল ইণ্ডিয়াৰ মার্কেটিং ডিভিজনত ৫০৯টা পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ৯ জানুৱাৰী ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ মার্কেটিং ডিভিজন, ইষ্টার্ন ৰিজনত ৫ শতাধিক পদত নিযুক্তিৰ বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ Online Application Form     :       NATS | NAPS Advertisement Details         :       …