ক্ৰমাৎ শান্ত হিংসাজৰ্জৰ খেৰণিৰ পৰিস্থিতি, স্পৰ্শকাতৰ এলেকাত ব্যাপক টহল
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত লাহে লাহে পৰিস্থিতি এতিয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। শেহতীয়াকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটোত বৃহৎসংখ্যক নিৰাপত্তা…