নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ মে’, জেঠ মাহৰ ১১ তাৰিখ মঙলবাৰ : তিথি–শুক্লাদশমী, নক্ষত্র : মৃগশিৰা, যাত্রা : মধ্যম মেষ : মাটি–বাৰী, ধন লাভৰ যোগ৷ সুবন্ধুক লগ পাব৷ শাৰীৰিক বিষ–বেদনা বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷ বৃষ : ঘৰ–দুৱাৰৰ উন্নতিৰ…

সুখবৰ : মায়ানগৰী মুম্বাইত নিৰ্মাণ হ’ব অসম ভৱন

মুম্বাইলৈ যাবলগীয়া হোৱা অসমৰ লোকসকলৰ বাবে এটা সুখবৰ। মুম্বাই মহানগৰীৰ হৃদয়স্থল কটন গ্ৰীনত ৪.৮ বিঘা মাটি আজি দ্বিতীয় অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। এই নতুন অসম ভৱনে…

ইবোলা আতংকত কম্পমান আফ্ৰিকা, ৯০০ সন্দেহজনক ৰোগী চিনাক্ত

কংগোত ইবোলা ভাইৰাছ মোকাবিলাৰ বাবে নিৰীক্ষণ বৃদ্ধি কৰাৰ সমান্তৰালভাৱে নতুন নতুন আক্ৰান্তৰ ঘটনাও পোহৰলৈ আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মহাপৰিচালকে জানিবলৈ দিয়ে যে এতিয়ালৈকে ৯০০ৰো অধিক সন্দেহজনক ৰোগীৰ সন্ধান পোৱা গৈছে। ইয়াৰ ভিতৰত ১০১টা ঘটনা…

২৯ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৯ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ওপৰত ৰায়দান কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই শ্যামকানু মহন্ত মালয়েছিয়ালৈ পলায়ন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক চাঞ্চল্যৰ…

বিপদত অখিল গগৈ : NSAৰ ধাৰা আৰোপ

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে NSAৰ ধাৰা আৰোপ কৰা হৈছে। CAA আন্দোলনৰ সময়ত চাবুৱা থানাত ৰুজু হোৱা এটা গোচৰক লৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলনৰ সময়ত চাবুৱাত দাখিল কৰা গোচৰটোৰ পুনৰ…

উৰিয়ামঘাট সীমান্তত নগাৰ আগ্ৰাসন! উচ্ছেদিত ভূমিত নাগালেণ্ডৰ ফলক

সৰুপথাৰ সমজিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। উচ্ছেদিত ভূমিৰ ডিমৰুজান অঞ্চলত এখন দোকান স্থাপন কৰি তাত ৱচন ভিলেজ ঊষা : নাগালেণ্ড (WOCHAN VILLAGE…

লিভ-ইন ৰিলেচনশ্বিপ : জানক নতুন নিয়মবোৰ কি কি?

অসমত যুৱক-যুৱতীসকলৰ সন্মান আৰু অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে লিভ-ইন ৰিলেচনশ্বিপৰ বাবে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি অসম বিধানসভাত উত্থাপন কৰা ইউনিফৰ্ম চিভিল কোড (UCC) বিধেয়কত লিভ-ইন ৰিলেশ্যনশ্বীপ সন্দৰ্ভত একাধিক নতুন নিয়ম অন্তৰ্ভুক্ত…

প্রৱেশ–প্রস্থানদ্বাৰৰ মাচুল সংগ্রহৰ নিবিদা আহ্বান, ব্যক্তিগত খণ্ডৰ নিয়ন্ত্রণত ISBT

ৰাজ্যৰ পৰিবহণ খণ্ডৰ অন্যতম গুৰুত্বপূর্ণ স্থান মহানগৰীৰ আন্তঃৰাজ্যিক বাছ আস্থান, চমুকৈ আইএছবিটি এতিয়াৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ সলনি নিয়ন্ত্রিত হ’ব ব্যক্তিগত খণ্ডৰ দ্বাৰা৷ শেহতীয়াকৈ যোৱা ১৩ মে’ত নিগম কর্তৃপক্ষই এক বিজ্ঞাপনযোগে…

পশ্চিমবংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ

পশ্চিমবংগত অবৈধ অনুপ্ৰৱেশ আৰু বিদেশী নাগৰিকৰ বিষয়ত শুভেন্দু অধিকাৰী কঠোৰ স্থিতিত অৱতীৰ্ণ হৈছে। ৰাজ্যৰ হোম এণ্ড হিল এফেয়াৰ্ছ বিভাগৰ ফ’ৰেইনাৰ্ছ শাখাই সকলো জিলা প্ৰশাসনক নিৰ্দেশ দিছে যে অবৈধ বিদেশী আৰু বহিষ্কাৰৰ অপেক্ষাত থকা বিদেশী বন্দীসকলৰ…

অসম বিধানসভাত UCC বিধেয়ক উত্থাপন

অসম বিধানসভাত ২৫ মে’ (সোমবাৰে) মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ইউনিফৰ্ম চিভিল কোড (UCC) বিধেয়ক উত্থাপন কৰিছে। কেবিনেটে অনুমোদন দিয়াৰ পিছত চৰকাৰে বিধেয়কখন সদনৰ মজিয়াত দাখিল কৰে। এই বৃহৎ পদক্ষেপৰ জৰিয়তে অসম এতিয়া…