নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোক্ৰাত তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

নিয়মীয়া বাৰ্তা, বালিপৰা, ১৩ অক্টোবৰ : শোণিতপুৰৰ লোক্ৰাৰ বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ত কালি তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ ২৯ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখন বালিপৰা খণ্ড মধ্য ইংৰাজী শিক্ষক সন্থাৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়…

১০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

ডিজিটেল ডেস্ক, ১৩ অক্টোবৰ : অমৃতকণ্ঠৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে চৰকাৰক ন্যায় প্রদানৰ দাবী তোলাৰ সময়তে তীব্রগতিত চলিছে বিশেষ তদন্তকাৰী গোটৰ তদন্ত৷ উল্লেখ্য যে বিগত ২৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ…

সুকন্যা : মডেল অভিনেত্রী অলংকৃতা বৰাৰে সাক্ষাৎকাৰ

ভাৰতীয় মহিলাই আজি বিশ্বক নেতৃত্ব দিছে সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ ফোন : ৮৬৩৮৪–১৪৯৫৪ শৈশৱ আৰু পিতৃ–মাতৃ সম্পর্কে জনাব নেকি? মোৰ জন্ম শিৱসাগৰত৷ অভিযন্তা দেউতাৰ কর্মসূত্রে আমি যোৰহাট আৰু পিছত গুৱাহাটীলৈ স্থায়ীভাৱে স্থানান্তৰিত হৈছিলোঁ৷…

চৰকাৰবিৰোধী বিক্ষোভ দমনত নিৰ্মম শ্বাহবাজ ! মুৰিদকেত পুলিচৰ গুলীত নিহত ১৩, আহত ১৫০

ডিজিটেল ডেস্ক, ১৩ অক্টোবৰ : ইছলামাবাদৰ পিছত এইবাৰ মুৰিদকেত চৰকাৰবিৰোধী আন্দোলন ৰোধ কৰিবলৈ কঠোৰ দমন নীতি গ্ৰহণ কৰিছে শ্বাহবাজ শ্বৰীফ প্ৰশাসনে। যোৱা শনিবাৰে ইছলামাবাদত পুলিচৰ গুলীত ১১জন বিক্ষোভকাৰীৰ মৃত্যু হৈছিল। সোমবাৰে পুৱাও চৰকাৰবিৰোধী…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ধাৰাবাহিক কাৰ্যসূচী ঘোষণা AASU-ৰ

সদৌ অসম ছাত্ৰ সন্থা (AASU)-এ জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ দাবীত ৰাজ্যব্যাপী এলানি কাৰ্যসূচী ঘোষণা কৰিছে। কাৰ্যসূচীৰ ভিতৰত আছে— অক্টোবৰ ১৪ তাৰিখে অৱস্থান ধৰ্মঘট, ১৯ অক্টোবৰত বন্তি প্ৰজ্বলন আৰু ২৩ অক্টোবৰত ৰাজ্যজুৰি প্ৰতীকী “ন্যায় সমদল”। আছুৰ…

ডুমডুমাত ‘চাহ নগৰী অতিথিশালা’ উদ্বোধন 

ডুমডুমাৰ পুৰণি এ. টি. ৰোডত প্ৰায় আঢ়ৈ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক 'চাহ নগৰী অতিথিশালা'টো মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন কৰে। 'জনতাৰ শিল্পী' জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত আদৰণি…

দ্বীপান্বিতা উপলক্ষে ১ কোটিৰো অধিক মাটিৰ চাকি নিৰ্মাণ আশাৰীকান্দিৰ মৃৎশিল্পীৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৩ অক্টোবৰ : আগন্তুক দ্বীপান্বিতা উপলক্ষে এইবেলি প্ৰায় ১ কোটিৰো অধিক মাটিৰ চাকি নিৰ্মাণ কৰি অভিলেখ গঢ়াৰ পথত ধুবুৰী জিলাৰ টেৰাকোটা গাঁওখ্যাত আশাৰীকান্দিৰ মৃৎশিল্পীসকল। "বিগত বছৰৰ দীপাৱলীত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ…

ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ত বিজয়ী অসম কন্যা আধ্যাশ্ৰী

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ এগৰাকী অসম কন্যাই সফলতা অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ত অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়ে সাফল্য আৰ্জিছে। Sony TVত সম্প্ৰচাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ Super Dancer…

অমৃতকণ্ঠৰ ৰহস্যজনক মৃত্যুৰ তদন্ত : চি আই ডি কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ তিনি প্ৰৱাসী অসমীয়া

ডিজিটেল ডেস্ক, ১৩ অক্টোবৰ : অমৃতকণ্ঠৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে চৰকাৰক ন্যায় প্রদানৰ দাবী তোলাৰ সময়তে তীব্রগতিত চলিছে বিশেষ তদন্তকাৰী গোটৰ তদন্ত৷ ইয়াৰ মাজতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ২৫টা দিনৰ পিছত অসমত…

অংগনৱাড়ী কেন্দ্ৰত নাবালিকাক ধ*ৰ্ষণ : হাইলাকান্দিত তীব্ৰ চাঞ্চল্য

হাইলাকান্দি জিলাৰ কাটলিছড়া থানাৰ অন্তৰ্গত এখন গাঁৱত অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত ১৪ বছৰীয়া নাবালিকাক জোৰপূৰ্বক ধৰ্ষণ কৰা অভিযোগত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। অভিযুক্তজনৰ নাম অনুপ কুমাৰ ৰায় বুলি জানিব পৰা গৈছে। সূত্রৰ খবৰ অনুসৰি, ঘটনা সংঘটিত…