নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা-পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ১০ অক্টোবৰ : গ্ৰেপ্তাৰ হ'ল জুবিন গাৰ্গৰ দুই দেহৰক্ষী। কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। উল্লেখ্য যে আজি চতুৰ্থ দিনৰ বাবে জেৰাৰ সন্মুখীন হৈছিল দুয়ো। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত…

ধেমাজি-ৰ গাইনদীৰ ৰেল দলঙৰ সমীপত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ধেমাজি গাইনদীৰ ৰেল দলঙৰ সমীপত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যুৱতীগৰাকীৰ পৰা পোৱা আধাৰ কাৰ্ডৰ পৰা তথ্য মতে যুৱতীগৰাকীৰ নাম জ্যোতিকা কলিতা। যুৱতীগৰাকীৰ ঘৰ জামুগুৰি পাঁচআলিৰ শিলআলি মাজগাঁৱত। যুৱতীগৰাকীক কোনো লোকে হত্যা কৰি…

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰিল মালবাহী ট্ৰাক, চালক আহত

ডবকাৰ শালবাগানত ৩৬নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰিল এখন মালবাহী ট্ৰাক ফলত গুৰুতৰভাৱে আহত হয় গাড়ীখনৰ চালক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে চালকজনক উদ্ধাৰ কৰি ডবকা…

গোলকীয় উষ্ণতাৰ ভয়াৱহতা

একবিংশ শতিকাৰ তৃতীয় দশকত মানৱসৃষ্ট কাৰণৰ বাবেই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ পৰিছে৷ গোলকীয় উষ্ণতা নিয়ন্ত্রণ কিম্বা গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিব নোৱাৰিব৷ পৃথিৱীৰ বাবে অশনি সংকেত হৈ পৰিব৷…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি  ১০ অক্টোবৰ, আহিন মাহৰ ২৩ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণ চতুর্থী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই মেষ : আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ল’ব৷ কাৰণ এই সিদ্ধান্তই আপোনাৰ বিপদ মাতিব পাৰে৷ আর্থিকভাৱে ভাল৷ শুভ…

কোকৰাঝাৰত ৪০ পাৰিষদৰ ভিতৰত ৩৭গৰাকীয়ে ল’লে শপত : ত্ৰিদীপ দৈমাৰী অধ্যক্ষ নিৰ্বাচিত

🔹 ভংগ হ'ল ভিচিডিচি, টিচিএলচিচি, ব'ৰ্ড, নিকায়-নিগম  ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ,  ৯ অক্টোবৰ : বিটিচিৰ নৱনিৰ্বাচিত ৪০গৰাকী পাৰিষদৰ ভিতৰত আজি ৩৭গৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে পাৰিষদ হিচাপে শপতগ্ৰহণ কৰে ৷ কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি বিধান পৰিষদীয়…

GU-ৰ উপাচাৰ্য ননীগোপাল মহন্তৰ পদত্যাগ দাবী AJYCP-ৰ

অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক-পত্ৰ মৰ্মে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ পদত্যাগৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে। বিশ্ববিদ্যালয়খনৰ…

হিন্দু নাবালিকাৰে অপকৰ্ম মুছলমান যুৱকৰ : গৰৈমাৰী থানাত এজাহাৰ

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ৯ অক্টোবৰ : কামৰূপ জিলাৰ ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আলিকাষ গাঁৱত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। এগৰাকী হিন্দু নাবালিকা মুছলমান যুৱকৰ কামনাৰ বলি হ'ব লগা হৈছে। ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে গৰৈমাৰী…

দহিকটা সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীলৈ উচ্ছেদৰ  জাননী : ৩০ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ

বাৰ্তা ব্যুৰ', গোৱালপাৰা, ৯ অক্টোবৰ : অৱশেষত বহু আকাংক্ষিত গোৱালপাৰা জিলাৰ  দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলকাৰীলৈ উচ্ছেদৰ জাননী জাৰি কৰিছে গোৱালপাৰা বন বিভাগে। গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীসূৰ্য পাহাৰৰ পশ্চিম-উত্তৰ দিশৰ লগতে…

কাৰাগাৰ-তে ট্ৰেডিং কেলেংকাৰিৰ খলনায়ক দীপাংকৰক ছুৰিকাঘাত

আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ-ৰ ভিতৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এই ঘটনাত ট্ৰেডিং কেলেংকাৰিৰ খলনায়ক দীপাংকৰ বৰ্মনক কাৰাগাৰৰ ভিতৰতে ছুৰিকাঘাত কৰে আন এগৰাকী কয়দীয়ে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। উল্লেখ্য যে …