নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BCCI-ৰ নিৰ্বাচন : সভাপতি পদত শক্তিশালী ৰাজীৱ শুক্লা, পৰৱৰ্তী IPL-ৰ চেয়াৰপাৰ্চন কোন?

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডত (বিচিচিআই) সোনকালে নিৰ্বাচন অনুষ্ঠিত হ’ব। পূৰ্বৰ ভাৰতীয় ক্ৰিকেটাৰ ৰজাৰ বিন্নীয়ে অধ্যক্ষ পদৰ পৰা অৱসৰ লোৱাৰ পিছত এই পদটো খালী হৈ পৰিছে। বৰ্তমান ৰাজীৱ শুক্লা বিচিচিআইৰ কাৰ্যকৰী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ…

চামগুৰিৰ চিমনাবস্তিত ভয়ংকৰ ঘটনা, মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

চামগুৰিৰ ১নং চিমনাবস্তিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিশা শুই থকা অৱস্থাত জীৱন্তে জুইত জাহ গ'ল মাতৃ আৰু ১২ বছৰীয়া পুত্ৰ। একেলগে জ্বলি ছাৰখাৰ হৈ গ'ল মাতৃ-পুত্ৰৰ নিথৰ দেহ। জুইত জাহ গৈ মৃত্যুক হোৱা মাতৃৰ নাম বীণা সিং আৰু পুত্ৰৰ নাম সাগৰ…

মঙলদৈ জিলা কাৰাগাৰত কয়দীৰ আ*ত্ম*হত্যাৰ অপচেষ্টা

মঙলদৈ জিলা কাৰাগাৰৰ ভিতৰত এগৰাকী কয়দীয়ে আত্ম*হত্যাৰ অপচেষ্টা চলাইছিল। আজি পুৱা মঙলদৈ জিলা কাৰাগাৰৰ ভিতৰত হত্যাৰ গোচৰত অভিযুক্ত আমাদুল হুচেইন নামৰ ২৭ বছৰীয়া কয়দী এগৰাকীয়ে গামোচাৰে আত্মহত্যাৰ চেষ্টা কৰে। ১০৭/২৫ নং গোচৰৰ কয়দীগৰাকীৰ…

অনলাইন বেটিং এপ কেছ : শিখৰ ধৱনক জেৰা কৰিব ED-এ

প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধৱনক প্ৰৱৰ্তন নিৰ্দেশালয়ে (ED) জেৰাৰ বাবে মাতিছে। এই তথ্য এটা অনলাইন বেটিং এপৰ সৈতে জড়িত এক গোচৰত পোহৰলৈ আহিছে। EDৰ দলে এই গোচৰত ধৱনক জেৰা কৰিব। ED-এ অনলাইন বেটিং আৰু গেমিং এপ্লিকেশ্যনসমূহৰ ওপৰত নিৰন্তৰ নজৰ…

GST কাউন্সিলৰ সিদ্ধান্ত : কমিব সাধাৰণ গ্রাহকৰ বাবে হোটেলত ৰাতি থকাৰ খৰচ

৫৬তম জি এছ টি পৰিষদৰ বৈঠকত হোটেল উদ্যোগৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এ এতিয়াৰ পৰা প্ৰতিদিন ৭,৫০০ টকা পৰ্যন্ত ভাৰাৰ হোটেলৰ কোঠাত পূৰ্বৰ ১২% জি এছ টিৰ পৰিৱৰ্তে মাত্ৰ ৫% জি এছ টি লাগিব। সেয়াও ইনপুট টেক্স ক্ৰেডিট (আই টি চি)…

১৭নং ৰাষ্ট্ৰীয় পথত বাহনৰ খুন্দাত লতামেকুৰী বাঘৰ মৃত্যু

যোৱানিশা ধুবুৰী জিলাৰ পানবাৰীৰ সমীপত ১৭নং ৰাষ্ট্ৰীয় পথত বাহন এখনৰ খুন্দাত এটা লতামেকুৰী Leopard Cat -Prionailurus bengalensis বাঘৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। ধুবুৰী-কোকৰাঝাৰ জিলাৰ সীমান্তৰ সন্মুখেৰ তথা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত লাগি…

ধুবুৰী চহৰৰ জনবসতিপূৰ্ণ অঞ্চলত তুলাৰ গুদাম স্থাপন, প্ৰতিক্ৰিয়া

চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি ধুবুৰী চহৰৰ ঘন জনবসতি পূৰ্ণ অঞ্চলত এটা তুলাৰ গুদামত স্থাপন হোৱাৰ অভিযোগ উত্থাপিত হৈছে। চহৰখনৰ ২নং ৱাৰ্ডৰ এম জি ৰোড অঞ্চলটোৰ একাংশ প্ৰত্যক্ষদৰ্শীৰ দাবী অনুসৰি ৰাজপথৰ হাতে লাগি থকা শ্ৰীনিৱাস এন্টাৰপ্রাইজ নামৰ…

অর্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্রীয় ক্রীড়া বঁটাৰ শুভাৰম্ভ

অসম অলিম্পিক সন্থাই এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্রথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ প্রতি সন্মান জনাই ভোগেশ্বৰ বৰুৱা ৰাষ্ট্রীয় ক্রীড়া বঁটা শুভাৰম্ভ কৰে৷ এই প্রথম বঁটা সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় বন্দৰ, জাহাজ…

সৰুসজাই ক্রীড়া প্রকল্পক ‘অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প’ হিচাপে নামকৰণ

প্রসিদ্ধ ক্রীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত আজি আয়োজিত ৰাজ্যিক ক্রীড়া দিৱসৰ কার্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ এই ৰাজ্যিক ক্রীড়া দিৱসৰ…

ৰূপম আখ্যান : আৰক্ষীৰ মাৰাথন জেৰাত গাড়ী চুৰি চক্রৰ নাম স্বীকাৰ ৰূপমৰ

কেইবাকোটি টকীয়া গাড়ী ভাৰাত আনি গোপনে বিক্রীৰ মাষ্টাৰ মাইণ্ড ৰূপম চহৰীয়াসহ ৩জনক গ্রেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ ইয়াৰে দুজনক ন্যায়িক জিম্মালৈ প্রেৰণৰ বিপৰীতে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ অনা হৈছে ৰূপম চহৰীয়াক৷ আৰক্ষীয়ে দিছপুৰ থানাত ৰূপমক মাৰাথন…