ধূলিসাৎ বিৰোধী : বোকাখাতত বিজয়ী অগপ সভাপতি অতুল বৰা
বোকাখাত বিধানসভা সমষ্টিত পুনৰ জিলিকি উঠিল এন ডি এৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ প্ৰাৰ্থী অতুল বৰা। সমষ্টিটোৰ নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ লগে লগে স্পষ্ট হৈ পৰিল যে অগপৰ দুৰ্গ হিচাপে পৰিচিত বোকাখাতত অতুল বৰাৰ আধিপত্য অক্ষুণ্ণ আছে। তেওঁ তেওঁৰ নিকটতম…