নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

অসম

কাইলৈ পুৱাহে স্পষ্ট হ’ব নতুন মন্ত্ৰীসভাৰ চূড়ান্ত ছবি

অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ অব্যাহত আছে তৎপৰতা। কাইলৈ পুৱা ৭ বজাৰ পিছতহে ঘোষণা কৰা হ’ব মুখ্যমন্ত্ৰীৰ সৈতে কেইজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। এই কথা জনাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে আজি মাজনিশাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ তালিকা চূড়ান্ত কৰা হ’ব। জানিব পৰা মতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে…
Read More...

৫ সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান-২০২৫

ৰাজ্যখনৰ পাঁচগৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হৈছে ২০২৫ কাৰ্যবৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সম্মান।…

হাইলাকান্দিৰ পাঁচগ্ৰামত ভয়ংকৰ হিট এণ্ড ৰান, আহত কমেও ৯

ৰাজ্যত পুনৰ পোহৰলৈ আহিছে এক হিট এণ্ড ৰানৰ ঘটনা। এইবাৰ ঘটনাস্থল হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম। এখন দ্ৰুতবেগী স্কৰপিঅ’…

শপতগ্রহণ অনুষ্ঠানৰ প্রথম নিমন্ত্রিত অতিথি কমাৰগাঁৱৰ কণমানি তানিষ্ঠা

ডিজিটেল ডেস্ক, মহুৰামুখ, ১১ মে’ : এফালে এগৰাকী চতুর্থ শ্রেণীৰ ছাত্রীৰ অদম্য বিশ্বাস আৰু আনফালে ৰাজ্যৰ মুখ্যমন্ত্রীৰ…

কাইলৈ খানাপাৰাত দিনৰ ১১.৪০ বজাত মুখ্যমন্ত্রীৰ শপতগ্রহণ

ডিজিটেল ডেস্ক, ১১ মে’ : অসমত নতুন চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে ড০ হিমন্ত বিশ্ব শর্মাক আমন্ত্রণ জনাইছে ৰাজ্যপাল…

লোকসেৱা ভৱনত ৰাজ্যপালক সাক্ষাৎ ড০ হিমন্ত বিশ্ব শৰ্মাৰ, নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ…

ডিজিটেল ডেস্ক, ১০ মে' : দেওবাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লোকভৱনত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক…

ড০ হিমন্ত বিশ্ব শৰ্মা বিধায়িনী দলৰ নেতা নিৰ্বাচিত, মঙলবাৰে শপতগ্ৰহণ

ডিজিটেল ডেস্ক, ১০ মে' : অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।…

আমেৰিকালৈ ৰপ্তানি অসমৰ বাক্সাৰ ২০ মেট্রিক টন মৌ

ডিজেটেল ডেস্ক, ১০ মে’ : দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্তত অসমৰ মৌৱে আৰম্ভ কৰিলে বিশ্বমুখী যাত্রা৷ অসম চৰকাৰৰ কৃষি বিভাগৰ…