গুৱাহাটী লোকসভাৰ নিৰ্বাচনী পৰ্যালোচনা অগপৰ
বিশেষ বাৰ্তা, ৩০ মাৰ্চ : অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত শনিবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত গুৱাহাটী লোকসভা সমষ্টিৰ এখন নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত হয়। গুৱাহাটী লোকসভা সমষ্টিৰ অগপৰ আহ্বায়কত্ৰয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া আৰু ড° তপন দাস তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অগপৰ সাধাৰণ…
Read More...