বিজেপিয়ে অকলেই পাব ৬৯–৭৪খন আসন, পিপলছ পালছ ৰিছার্চ অর্গেনাইজেচনৰ অ’পিনিয়ন প’ল
ডিজিটেল ডেস্ক, ৪ জানুৱাৰী : ঐতিহাসিকভাৱে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে৷ বিজেপি নেতৃত্বাধীন এনডিএ মিত্রজোঁটে ১২৬জনীয়া অসম বিধানসভা নির্বাচনত প্রায় ৯০খন আসন লাভ কৰিব৷ আগন্তুক অসম বিধানসভা নির্বাচনৰ পূর্বে এই মন্তব্য আগবঢ়াইছে হায়দৰাবাদৰ পিপলছ পালছ নামৰ গৱেষণা সংস্থাটোৱে৷
গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সংস্থাটোৰ সঞ্চালক তথা…
Read More...