অসমৰ ৩৮ শতাংশ মিঞা
বাংলাদেশী অনুপ্রৱেশকাৰীয়ে অসমৰ ১৬খন জিলাৰ জনগাঁথনিৰ ব্যাপক পৰিৱর্তন ঘটাই খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ ভৱিষ্যৎ বিপন্ন কৰাৰ সময়তে আগন্তুক লোকপিয়লত ৰাজ্যখনত মিঞা জনসংখ্যা ৩৮ শতাংশলৈ বৃদ্ধি হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিস্ফোৰণ ঘটাইছে৷ যোৱা ১০ অক্টোবৰত ডিব্রুগড়ত মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণাই বিশেষ তাৎপর্য বহন কৰিছে এই কাৰণেই যে ২০১১…
Read More...