কুঅভিপ্রায় নথকা জৰা-ফুঁকা, তন্ত্র–মন্ত্র কৰাত কোনো বাধা নাই : ড০ শর্মা
🔹 সদনত গৃহীত বেজ–বেজালিবিৰোধী বিধেয়ক
বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰী : কালি সদনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সমর্থন কৰিলে কংগ্রেছ বিধায়ক ৰকিবুল হুছেইনে৷ আজমলৰ জৰা–ফুঁকাৰ ৰাজনীতিক লৈ মুখ্যমন্ত্রীক ১০০ শতাংশ সমর্থন আগবঢ়ালে কংগ্রেছ বিধায়কজনে৷ উল্লেখ্য যে কালি সদনত বেজ–বেজালিবিৰোধী বিধেয়কখন গৃহীত হয়৷ বিধেয়কখন উত্থাপনৰ সময়ত বিৰোধী দলপতি দেৱব্রত…
Read More...