পোর্ট–আউ–প্রিন্সৰ পৰা ৫৬,০০০ লোকৰ পলায়ন
🔹 কুখ্যাত অপৰাধীৰ নিয়ন্ত্রণত হাইটিৰ ৰাজধানী
পোর্ট–আউ–প্রিন্স, ৪ এপ্রিল : অপৰাধীৰ ৰম্যপুৰীত পৰিণত হোৱা কেৰিবিয়ান ৰাষ্ট্র হাইটিত কেইবাটাও অপৰাধী চক্রই আৰম্ভ কৰা সংঘর্ষৰ লগে লগে ৰাজধানী পোর্ট–আউ–প্রিন্সৰ পৰা পলায়ন কৰিছে প্রায় ৫৬ হাজাৰ লোকে৷ উল্লেখনীয় যে কেইবাসপ্তাহো ধৰি অপৰাধীৰ নিয়ন্ত্রণত আছে হাইটিৰ ৰাজধানী৷ আনকি, ৰাজধানী চহৰখনত কেইবাটাও কুখ্যাত…
Read More...