অৰুণাচল চীনৰ ! ভাৰতীয় যুৱতীক হাৰাশাস্তি চাংহাইত
নিউজ ডেস্ক, ২৫ নৱেম্বৰ : অৰুণাচল ভাৰতৰ নহয়, চীনৰ অংশ৷– দীর্ঘদিন ধৰি এই দাবী কৰি আহিছে চুবুৰীয়া ৰাষ্ট্র চীনে ৷ একেটা অদ্ভুত যুক্তিকে হাথিয়াৰ কৰি লৈ এগৰাকী ভাৰতীয় যুৱতীক হাৰাশাস্তি কৰে চাংহাই বিমানবন্দৰ কর্তৃপক্ষই৷ অৰুণাচল প্রদেশৰ বাসিন্দা যুৱতীগৰাকীক দীর্ঘ সময় ধৰি আবদ্ধ কৰি ৰাখে বিমানবন্দৰ কর্তৃপক্ষই৷ বিমানবন্দৰ কর্তৃপক্ষৰ দাবী– অৰুণাচল প্রদেশ…
Read More...