বিজ্ঞানৰ এটা সোণালী অধ্যায়ৰ অন্ত : নোবেল বিজয়ী বিজ্ঞানী জেমছ ডি ৱাটছনৰ দেহাৱসান
ডিজিটেল ডেস্ক, ৮ নৱেম্বৰ : আঁতৰি গ'ল বিজ্ঞান জগতৰ আন এক উজ্জ্বল নক্ষত্ৰ। ডিএনএৰ গঠন ব্যাখ্যা কৰি মানৱ জাতিৰ জীৱন-বিজ্ঞানৰ দিশ সলনি কৰি দিয়া নোবেল বিজয়ী জেমছ ডি ৱাটছনৰ দেহাৱসান ঘটিছে। শুকুৰবাৰে লং আইলেণ্ডৰ ক’ল্ড স্প্ৰিং হাৰ্বাৰ লেব’ৰেটৰীৰ পৰাই বিজ্ঞানীগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হৈছে, য’ত তেওঁ দীৰ্ঘদিন ধৰি গৱেষণাৰ কাম চলাই গৈছিল। বাৰ্ধক্যজনিত…
Read More...