নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

ভূ-স্বৰ্গ কাশ্মীৰত প্ৰচণ্ড গুলীয়াগুলী, প্ৰাণবায়ু উৰিল দুই সন্ত্ৰাসবাদীৰ

ডিজিটেল ডেস্ক, ৮ নৱেম্বৰ : শনিবাৰে পুৱতি নিশা ভূ-স্বৰ্গ কাশ্মীৰত পুনৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। এই গুলীয়াগুলীত কাশ্মীৰৰ কুপৱাৰাত নিহত হয় দুই সন্ত্ৰাসবাদী। সেনা বাহিনীৰ ফালৰ পৰা জনোৱা মতে, কাশ্মীৰৰ কুপৱাৰাৰ কেৰান ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টাৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰা হৈছিল। এই তথ্যৰ ভিত্তিত শুকুৰবাৰে সুৰক্ষা সংস্থাসমূহে যুটীয়া…
Read More...

অহা বছৰ ভাৰত ভ্রমণলৈ আহিব মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প…

ডিজিটেল ডেস্ক, ৮ নৱেম্বৰ : ভাৰতক অতিৰিক্ত শুল্ক আৰোপেৰে দুয়োখন দেশৰ সম্পর্কত কিছু ব্যৱধান অনাৰ পিছত এইবাৰ সুৰ সলনি…

কামৰ বোজা কমাবলৈ ১০গৰাকী ৰোগীক হত্যা, জার্মানীত নার্ছক যাৱজ্জীৱন কাৰাদণ্ড

নিউজ ডেস্ক, ৮ নৱেম্বৰ : ৰোগী যিমানেই বেছি হ’ব, সিমানে কামৰ বোজা বাঢ়িব৷ সেয়েহে কামৰ বোজা কমাবলৈ জার্মানীৰ এখন…

আকাশলংঘী ষ্টেডিয়ামত ৪৬,০০০ আসন, স্কাই ষ্টেডিয়ামত ২০৩৪ চনৰ ফিফা বিশ্বকাপ!

২০৩৪ চনত ফিফা বিশ্বকাপ ফুটবল মেচ মাটিত নহয়, আকাশত অনুষ্ঠিত হ’ব... ভাসমান ষ্টেডিয়াম৷ ছৌদি আৰবে ২০৩৪ চনৰ ফিফা…

নৱপ্রজন্মৰ মাজত ধূমপান নিষিদ্ধৰ আইন প্ৰণয়ন এইখন দেশত

মালদ্বীপত ২০০৭ চনৰ ১ জানুৱাৰী বা তাৰ পিছত জন্মগ্রহণ কৰা যুৱক–যুৱতীক ধঁপাত সেৱন–ক্রয়–বিক্রয় কৰাত নিষেধাজ্ঞা আৰোপ কৰা…

২,০০০ টকাত বাংলাদেশীক ভাৰতত প্রৱেশৰ অনুমতি, সীমান্তত ৰক্ষকেই ভক্ষকৰ ৰূপত…

ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : ত্রিপুৰাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তত পহৰাৰ দায়িত্বত থকা একাংশ বিএছএফ জোৱানৰ…

ম্যানমাৰৰ ‘কোকো’ত ঘাটি পাতি ভাৰতীয় সেনাৰ গতি–বিধিত নজৰ চীনৰ

নিউজ ডেস্ক, ৩ নৱেম্বৰ : ভাৰতভূমিত আগ্রাসন অব্যাহত ৰখা ৰঙা চীনৰ আন এক ভয়ংকৰ ষড়যন্ত্র শেহতীয়াকৈ পোহৰলৈ আহিছে৷…

শ্রীভূমিত বিএছএফলৈ চোঁচা বাংলাদেশীৰ, ভাৰতৰ ভূমিত খেতি কৰাত বাধা দিয়াত উত্তপ্ত…

নিয়মীয়া বার্তা, শ্রীভূমি, ৩ নৱেম্বৰ : শ্রীভূমি জিলাৰ ভাৰত–বাংলাদেশ সীমান্তত তীব্র উত্তেজনা৷ বি এছ এফলৈ চোঁচা…

পাৰমাণৱিক পৰীক্ষণ আৰম্ভ কৰিব আমেৰিকাই, মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সদম্ভে ঘোষণা

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রই পুনৰ আৰম্ভ কৰিব পাৰমাণৱিক পৰীক্ষণ৷ এয়াৰফ’ৰ্চ ৱানত সাংবাদিকৰ আগত…

মেক্সিকোৰ ছুপাৰ মাৰ্কেটত ভয়ংকৰ বিস্ফোৰণ, শিশুসহ নিহত ২৩

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : মেক্সিকোৰ এখন ছুপাৰ মাৰ্কেটত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত ২৩জনৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।…