নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

‘ভুৱা’ আইআৰএছ বিষয়াৰ সৈতে বিবাহ বিচ্ছেদ

🔹 প্রতাৰিত উত্তৰ প্রদেশৰ ‘লেডী সিংহম’ শ্রেষ্ঠা ঠাকুৰ বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰী : প্রতাৰকৰ প্রতাৰণাৰ জালত প্রায়েই সাধাৰণ মানুহ সর্বস্বান্ত হ’বলগীয়া হয়৷ কিন্তু এইবাৰ এগৰাকী আৰক্ষী বিষয়া প্রতাৰিত হৈছে উত্তৰ প্রদেশত৷ অকল সেয়াই নহয়, লাখ লাখ টকা ক্ষতিও হৈছে এই আৰক্ষী বিষয়াৰ৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, ভাৰতীয় ৰাজহ সেৱা (আইআৰএছ) বিষয়াক বিয়া…
Read More...

১৬সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত ‘ফেঁহুজালি’

🔹 ‘ফেঁহুজালি’লৈ শ্রেষ্ঠ চুটি তথ্যচিত্রৰ বঁটা বিশেষ বাৰ্তা, ১০ ফেব্রুৱাৰী : সন্ত্রাসবাদী সংগঠনৰ ছলনাৰ বলি হৈ…

সংসদত কংগ্ৰেছৰ পূৰ্বৰ কুকীৰ্তি উদঙালে আক্ৰমণাত্মক পৱিত্ৰ মাৰ্ঘেৰিটাই

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰী : লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা চৰকাৰৰ অৰ্থনৈতিক শ্বেতপত্ৰৰ সমৰ্থনত…

৬০ ঘণ্টাৰ মূৰকত জীৱন্তে উদ্ধাৰ বোকাত আবদ্ধ ৩ বছৰীয়া কন্যা শিশু

🔹 ফিলিপাইনছৰ ভূমিস্খলন বিশেষ বাৰ্তা, ১০ ফেব্রুৱাৰী : ফিলিপাইনছৰ মিন্দানাও অঞ্চলত ভয়াৱহ ভূমিস্খলনৰ ফলত বোকাত…

১৪ লোকসভা আসনত অকলে প্রতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কেজৰিৱালৰ

🔹 পঞ্জাবত কংগ্রেছক এৰিলে আপে বিশেষ বাৰ্তা, ১০ ফেব্রুৱাৰী : বিৰোধী জোঁট ‘ইণ্ডিয়া’ত আন এক অঘটন৷ পঞ্জাবত শাসকীয় আম…

উত্তৰাখণ্ডৰ হলদৱানিৰ হিংসাত্মক ঘটনাত ৫,০০০ৰ বিৰুদ্ধে গোচৰ ৰুজু

🔹 দণ্ডাধীশ পর্যায়ৰ তদন্ত ঘোষণা ডেৰাডুন, ১০ ফেব্রুৱাৰী : উত্তৰাখণ্ডৰ হলদৱানিত বে–আইনী মাদ্রাছা-মছজিদ উচ্ছেদ কৰাক লৈ…

‘শাস্ত্ৰী’ৰ শ্বুটিঙত অসুস্থ অভিনেতা মিথুন চক্ৰৱৰ্তী, হাস্পতালত ভৰ্তি

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰী : শনিবাৰে পুৱা প্ৰায় ১০ বজাত হঠাৎ অসুস্থ হৈ পৰে অভিনেতা মিথুন চক্ৰৱৰ্তী। সোহাম…

পিঁয়াজ কটাক লৈ অশান্তি ! আত্মৰক্ষাৰ বাবে প্রেমিকাক হত্যা

বিশেষ বাৰ্তা, ১০ ফেব্রুৱাৰী : ভুল পদ্ধতিত পিঁয়াজ কটা বাবে প্রেমিকাই ছুৰী লৈ আক্রমণৰ বাবে খেদি আহিছিল বৃদ্ধক৷ কিন্তু…

পি ভি নৰসিংহ ৰাও-চৌধুৰী চৰণ সিং-এম এছ স্বামীনাথনলৈ ভাৰত ৰত্ন

বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও,…