এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰী অৱতৰণ
বিশেষ বাৰ্তা, ৬ জুনঃ দিল্লীৰ পৰা ছান ফ্ৰান্সিস্কোলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এখন মঙলবাৰে ইঞ্জিন বিকল হোৱা বাবে ৰাছিয়াত জৰুৰী অৱতৰণ কৰোৱা হয়। বিমানখনত থকা ২১৬জন যাত্ৰী আৰু ১৬গৰাকী ক্ৰ মেম্বাৰ নিৰাপদে আছে বুলি এয়াৰ ইণ্ডিয়াৰ বিষয়াই জনায়। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই জনোৱা মতে, দিল্লীৰ পৰা ছান ফ্ৰান্সিস্কোলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI173ৰ এটা…
Read More...