উত্তৰ প্রদেশত গংগাৰ তীৰত শতাধিক মৃতদেহ!
📌 প্রয়াগৰাজ জিলা প্রশাসনৰ নিষেধাজ্ঞা উলংঘা কৰি চলাই থকা হৈছিল কবৰ দিয়া কার্য
বিশেষ বাৰ্তা, ৪ জুনঃ গংগাৰ পাৰত বালিৰ তলৰ পৰা ওলাবলৈ ধৰিছে এটাৰ পিছত এটাকৈ মৃতদেহ ৷ কোনোটো মৃতদেহৰ প্লাষ্টিক দেখা গৈছে যদি কোনোটোৰ আকৌ কংকাল দেখিবলৈ পোৱা গৈছে ৷ উত্তৰ প্রদেশৰ প্রয়াগৰাজৰ গংগাৰ তীৰত এনেদৰে শতাধিক মৃতদেহৰ কংকাল ওলোৱা ঘটনাক লৈ পুনৰ সৃষ্টি হৈছে চাঞ্চল্য ৷…
Read More...