অৱসৰ সন্দর্ভত মুখ খুলিলে এম এছ ডিয়ে
নিয়মীয়া বাৰ্তা, ২৫ মে': অৱশেষত আই পি এলৰ পৰা অৱসৰ সন্দর্ভত মুখ খুলিলে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে৷ মঙলবাৰে গুজৰাট টাইটানছক পৰাস্ত কৰি চলিত আই পি এলৰ ফাইনেলত প্রৱেশ কৰাৰ পিছত ধাৰাভাষ্যকাৰ হর্ষ ভোগলেই অৱসৰ সন্দর্ভত ধোনীক সোধা প্রশ্ণোত্তৰত চি এছ কেৰ অধিনায়কগৰাকীয়ে কয় যে এই সম্পর্কত এতিয়াই একো ক’ব নোৱাৰোঁ৷ সিদ্ধান্ত ল’বলৈ যথেষ্ট সময়…
Read More...