৮ পাক সাংবাদিক তথা ইউটিউবাৰক যাৱজ্জীৱন কাৰাদণ্ড
নিউজ ডেস্ক, ৩ জানুৱাৰী : পাকিস্তানৰ কাৰাবন্দী প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ সমর্থনত বাতৰি প্রচাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰিবলগীয়া হৈছে পাকিস্তানৰ ৮গৰাকী সাংবাদিক তথা ইউটিউবাৰে৷
পাক সন্ত্রাস দমন আদালতৰ বিচাৰকে ২০২৩ চনত হিংসাৰ উচটনি দিয়াৰ অপৰাধত তেওঁলোকক দণ্ডিত কৰে৷ প্রাক্তন পাক প্রধানমন্ত্রী তথা পাকিস্তান তেহৰিক–ই–ইনচাফ দলৰ প্রতিষ্ঠাপক…
Read More...