বিশাল সমাৱেশত উদাত্ত ভাষণ ‘২০২৩ত পতন হ’ব কেচিআৰ চৰকাৰৰ’
নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ অহা ২০২৩ চনত তেলেংগানাত কে চি আৰ চৰকাৰৰ পতন হ’ব আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ দেওবাৰে তেলেংগানাৰ ৱাৰংগনত এক বিশাল জনসমাৱেশত অংশগ্রহণ কৰি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই মন্তব্য কৰে৷ সমাৱেশখনত উদাত্ত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কে চি আৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে তেলেংগানাৰ ৰাজ্যিক জি ডি পি ৯ লাখ…
Read More...