প্রধানমন্ত্রী কৃষক সন্মান নিধিত দুর্নীতি কৃষক সভাৰ প্রতিবাদত উত্তাল ৰাজ্য
নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ হিতাধিকাৰী বাছনিক লৈ সংঘটিত দুর্নীতি–নিয়মৰ বিৰুদ্ধ সোমবাৰে ৰাজ্যজুৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে অসম ৰাজ্যিক কৃষক সভাই৷ ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, কামৰূপ, নগাঁও, বাক্সা, গোৱালপাৰা, কামৰূপ (মহানগৰ)কে ধৰি বিভিন্ন জিলাত ৰূপায়িত এই প্রতিবাদী কার্যসূচীৰ জৰিয়তে সংগঠনটোৱে প্রধানমন্ত্রী কৃষক সন্মান…
Read More...